Xorotor Akaax Lyrics in Assamese -Dyou & Tavreed

Application Launched/Get It Now For Free

Xorotor Akaax Lyrics. A beautiful romantic Assamese song by Dyou & Tavreed. Lyrics of this song are written by Jupitara Deka. Enjoy the new Assamese song lyrics..

xorotor-akaax-lyrics-dyou-&-tavreed

Audio Credits:
Song: Xorotor Akaax Lyrics
Singer/Composition – Dyou
Music – Tavreed
Lyrics – Jupitara Deka
Mix/Master – Tavreed

Listen & Assamese Mp3 song Download Free

  1. Xorotor Akaax Dyou & Tavreed 4:18

👇Click Here to Download Mp3👇

Xorotor Akaax Lyrics Assamese Song

মোৰ হ্ৰিদয়ৰ দাপোন, আপোন
সপোন তুমি
সৌও আকাশৰ নিবিৰ আবেলি
নজনাকে সাৰ পাই
হিয়াত প্ৰেমৰ ছবি
মোৰ যৌবনৰ সোনালী ৰ’দালি

প্ৰথম চাৱনিৰ মাদকতা
মিঠা হাহিৰে বৰষা
দুপৰৰ পুহৰত উজলি উঠা
তোমাৰ এই নয়নৰ তৰা।

জোনাক নিশাৰ মনৰ হেজাৰ কথা
অভিমানি বুকুৰ হেপাহ
সপোনে দিঠকে নিলিম হোৱা
দুখনি হ্ৰিদয়ৰ মায়া

শৰতৰ আকশত, প্ৰণয়ৰ ভালপোৱা
এন্ধাৰ এই জীৱনৰ, তুমি প্ৰতি পোৱা
কিদৰে পাহৰো মৰমৰ পৰশ
তুমি মোৰ জীৱনৰ এমুঠি হিয়াৰ বাখৰ

তুমি চালেই অজান সিহৰন
জাগি উঠে
সেই চাৱনীত মোৰ হিয়া বিলিন হয়

ডাৱৰৰ ভাজত
এক আঁচল পোহৰৰ দিগংগন
নামি আহি, তোমাৰ হাহিতে ৰয়

জোনাক নিশাৰ মনৰ হেজাৰ কথা
অভিমানি বুকুৰ হেপাহ
সপোনে দিথকে নিলিম হোৱা
দুখনি হ্ৰিদয়ৰ মায়া

শৰতৰ আকশত, প্ৰণয়ৰ ভালপোৱা
এন্ধাৰ এই জীৱনৰ, তুমি প্ৰতি পোৱা
কিদৰে পাহৰো মৰমৰ পৰশ
তুমি মোৰ জীৱনৰ এমুঠি হিয়াৰ বাখৰ

Xorotor Akaax New Assamese Video Song

Assamese New Released Songs

Categories

error: Content is protected !!