Xobdo Bohu Dinor Lyrics in Assamese- Song by Papon

Application Launched/Get It Now For Free

Xobdo Bohu Dinor Lyrics. A beautiful Assamese song by Angarag Mahanta(Papon). Lyricist and composer of this song is Papon. Starring by Papon And Aishwarya. Enjoy the Assamese song Lyrics..

xobdo-bohu-dinor-lyrics-papon

Audio Credits
Song: Xobdo Bohu Dinor Lyrics
Singer & Composer: Papon
Lyrics & Music Producer: Papon
Mastering – Jerome (Airlab, London)

Listen & Assamese song Free Download

  1. Xobdo Bohu Dinor Papon 5:43

👇Click Here to Download Mp3👇

Xobdo Bohu Dinor Lyrics Assamese Song

শব্দ বহু দিনৰ
সুৰৰ আকাশ চুমে
প্ৰানৰ গোপন ভাজে
তোমাৰ ছবি আঁকে
কেতিয়া তুমি মোৰ হ’লাহি
অ অ অ অ

শব্দ বহু দিনৰ
সুৰৰ আকাশ চুমে
প্ৰানৰ গোপন ভাজে
তোমাৰ ছবি আঁকে
কেতিয়া তুমি মোৰ হ’লাহি
অ অ অ অ

হেঙুলী আকাশৰে শিপানে দি
তোমাৰ হাঁহি নামে
বাৰিষাতে সৰা মুকুতাৰে
সানি তোমাৰ স্মৃতি নামে
বৰষুণ জাকৰ সিৰে দি নামি
লুইতৰ সিমাহীন ঢৌৱে ঢৌৱে
প্ৰতিটো অনুভুতিত মাঁথো তুমি
কেতিয়া হেৰুৱালো মই নিজক।
অ অ অ অ

শব্দ বহু দিনৰ
সুৰৰ আকাশ চুমে
প্ৰানৰ গোপন ভাজে
তোমাৰ ছবি আঁকে
কেতিয়া তুমি মোৰ হ’লাহি
অ অ অ অ

শব্দ বহু দিনৰ
সুৰৰ আকাশ চুমে
প্ৰানৰ গোপন ভাজে
তোমাৰ ছবি আঁকে
কেতিয়া তুমি মোৰ হ’লাহি
অ অ অ অ

Xobdo Bohu Dinor New Assamese Video Song

Listen and Assamese Song Mp3 Free Download Of

Categories

error: Content is protected !!