Xemeka Lyrics. A beautifull Assamese song by Gaurisankar X Washim Ayan, released recently. Lyrics of this song are written by Shivashis Kalindi. Enjoy the Assamese song lyrics.

Audio Credits:
Song- Xemeka Lyrics
Singer- Gaurisankar Das
Lyrics- Shivashis Kalindi
Mixed and mastering By Kaustav Saikia.
Listen & Assamese Mp3 song Download Free
- Xemeka Gaurisankar X Washim Ayan 3:20
👇Click Here to Download Mp3👇
Xemeka Lyrics Assamese Song
জীৱনৰে ৰং বোৰে
কিয় লুকা ভাকু খেলে,
সপোনে দিয়ে অচিন কল্পনা
জিলমিল জিলমিল হোৱা মোৰ এই আশা ,
বিছাৰি উৰা মাৰো
কতেনো আছে মোৰ ঠিকনা ।।
মনৰে ধুমুহা ধুমহা
কঁপাই মোৰ এই ধৰা
চকুলো সেমেকা সেমেকা
কি যে এই মায়া ।।
আবেগে ধিমি ধিমি কিয় কান্দে
ৰুদ্ৰতাৰ সেই ছায়াতে (2)
জিলমিল জিলমিল হোৱা মোৰ এই আশা ,
বিছাৰি উৰা মাৰো
কতেনো আছে মোৰ ঠিকনা ।।
মনৰে ধুমুহা ধুমহা
কঁপাই মোৰ এই ধৰা
চকুলো সেমেকা সেমেকা
কি যে এই মায়া ।।
Xemeka New Assamese Video Song
Listen and Assamese Song Mp3 Free Download Of
Angarag Mahanta Playlist