Uri Uri Jai Lyrics in Assamese- by Deplina Deka

Application Launched/Get It Now For Free

Uri Uri Jai Lyrics. A beautiful Assamese romantic song by Deplina Deka, released in 2015. Lyrics of this song are written by Bijiyeta Patgiri and composed by Dikshu Sharma. Enjoy the Uri Uri Jai assamese song lyrics.

Uri-Uri-Jai-Lyrics-in-Assamese-Deplina-Deka

Uri Uri Jai Song Info
Song: Uri Uri Jai Lyrics
Singer: Deeplina Deka
Lyrics: Bijiyeta Patgiri
Music Composer: Dikshu Sharma

Uri Uri Jai Lyrics Assamese Song

উৰি উৰি যায় হেঙুলীয়া পখি

দেউকা মেলি নিলিমাকে চুমী

নীলা নীলা হৈ আকাশে নুদিলে

কাকলি সুৰত অনুৰনন তুলি

মুঠিতে অভিমান কিদৰে ৰাখিবা

ৰদালি ৰঙৰে কি ৰং সানিলা

আদৰে ৰঙালে হিয়াৰে বেথা

মোৰ ভিজা প্ৰাণতে দিলাহি

আধৰুৱা তোমাৰ ছবিটি

তোমাৰে হাঁহিতে ফুলিছে মিঠাকৈ গেৰুৱা কলিজাত

তোমাৰে বেজাৰত ধৰিছে চিৰিংকৈ মোৰে নু হিয়াত (২)

অ নজনাকে আহে দুচকুৰ আমনি

নুবুজাকৈ নামে মনতে ৰদালি

ঐ তোমাৰে হাঁহিৰে এমুঠি দিলা

মোৰ ভিজা প্ৰাণতে দিলাহি

আধৰুৱা তোমাৰ ছবিটি

আপঙৰ ৰাগিতে বলিছে কনেং ঐ ফাগুন হৃদয়ত

ঐ আশাৰে হেপাহত বাঢ়িছে ধিপিংকৈ গোলাপ ফুল ৰঙা (২)

অ উশাহে দিলেহি এধানি ধুনীয়া

বতাহে চুলেহি ৰঙালী কলিজা

তোমাৰে হাঁহিৰে এমুঠি দিলা

মোৰ ভিজা প্ৰাণতে দিলাহি

আধৰুৱা তোমাৰ ছবিটি

উৰি উৰি যায় হেঙুলীয়া পখি

দেউকা মেলি নিলিমাকে চুমী

নীলা নীলা হৈ আকাশে নুদিলে

কাকলি সুৰত অনুৰন তুলি

অ মোৰ সপোন জানো তুমি নহবা

মুঠিতে অভিমান কিদৰে ৰাখিবা

ৰদালি ৰঙৰে কি ৰং সানিলা

আদৰে ৰঙালে হিয়াৰে বেথা

মোৰ ভিজা প্ৰাণতে দিলাহি

আধৰুৱা তোমাৰ ছবিটি ।।

Uri Uri Jai New Assamese Song Video

Listen and Assamese Song Mp3 Free Download Of Uri Uri Jai

Also Check

কুসুম কৈলাশ Lyrics

কান্ছনজংঘা Assamese Album

Categories

error: Content is protected !!