Uri Uri Jai Lyrics. A beautiful Assamese romantic song by Deplina Deka, released in 2015. Lyrics of this song are written by Bijiyeta Patgiri and composed by Dikshu Sharma. Enjoy the Uri Uri Jai assamese song lyrics.

Uri Uri Jai Song Info
Song: Uri Uri Jai Lyrics
Singer: Deeplina Deka
Lyrics: Bijiyeta Patgiri
Music Composer: Dikshu Sharma
Uri Uri Jai Lyrics Assamese Song
উৰি উৰি যায় হেঙুলীয়া পখি
দেউকা মেলি নিলিমাকে চুমী
নীলা নীলা হৈ আকাশে নুদিলে
কাকলি সুৰত অনুৰনন তুলি
মুঠিতে অভিমান কিদৰে ৰাখিবা
ৰদালি ৰঙৰে কি ৰং সানিলা
আদৰে ৰঙালে হিয়াৰে বেথা
মোৰ ভিজা প্ৰাণতে দিলাহি
আধৰুৱা তোমাৰ ছবিটি
তোমাৰে হাঁহিতে ফুলিছে মিঠাকৈ গেৰুৱা কলিজাত
তোমাৰে বেজাৰত ধৰিছে চিৰিংকৈ মোৰে নু হিয়াত (২)
অ নজনাকে আহে দুচকুৰ আমনি
নুবুজাকৈ নামে মনতে ৰদালি
ঐ তোমাৰে হাঁহিৰে এমুঠি দিলা
মোৰ ভিজা প্ৰাণতে দিলাহি
আধৰুৱা তোমাৰ ছবিটি
আপঙৰ ৰাগিতে বলিছে কনেং ঐ ফাগুন হৃদয়ত
ঐ আশাৰে হেপাহত বাঢ়িছে ধিপিংকৈ গোলাপ ফুল ৰঙা (২)
অ উশাহে দিলেহি এধানি ধুনীয়া
বতাহে চুলেহি ৰঙালী কলিজা
তোমাৰে হাঁহিৰে এমুঠি দিলা
মোৰ ভিজা প্ৰাণতে দিলাহি
আধৰুৱা তোমাৰ ছবিটি
উৰি উৰি যায় হেঙুলীয়া পখি
দেউকা মেলি নিলিমাকে চুমী
নীলা নীলা হৈ আকাশে নুদিলে
কাকলি সুৰত অনুৰন তুলি
অ মোৰ সপোন জানো তুমি নহবা
মুঠিতে অভিমান কিদৰে ৰাখিবা
ৰদালি ৰঙৰে কি ৰং সানিলা
আদৰে ৰঙালে হিয়াৰে বেথা
মোৰ ভিজা প্ৰাণতে দিলাহি
আধৰুৱা তোমাৰ ছবিটি ।।
Uri Uri Jai New Assamese Song Video
Listen and Assamese Song Mp3 Free Download Of Uri Uri Jai
- Wynk: http://gestyy.com/etMWaT
- Youtube Music: http://gestyy.com/etMWsf
Also Check