Ubhoti Suwa Lyrics in Assamese-Song By Zubeen Garg

Application Launched/Get It Now For Free

Ubhoti Suwa (উভতি চোৱা) a soulful Assamese Song by Zubeen Garg from the Album – SILAA. Released in 2020. After the previous successor song -Silaa Zubeen is back with another most awaited hit. Enjoy the lyrics…

Ubhoti Suwa Lyrics in Assamese

উভতি চোৱা” Song Info

➤ Singer: Zubeen Garg
➤ Lyrics: Rahul Gautam Sharma
➤ Music: Zubeen Garg
➤ Album: Silaa(2020)

Listen & Assamese song Free Download

  1. Ubhoti Suwa Zubeen Garg 4:43

Download Here

Ubhoti Suwa Song Lyrics

উভতি চোৱা..ধূলিয়ৰি বাটে

ধূলি হৈ হৈ উৰিব জীৱনী

উজুটি খোৱা..উচুপনিবোৰে

ছবি হৈ হৈ ক’বহি কাহিনী

সময়ৰে সুঁতি সোঁততে সুহুৰি

সুৰুঙাৰে সৰকি সুঁৱৰি

ধূলি হৈ হৈ উৰিব জীৱনী।

অচিন আকাশৰ সিটো পাৰে

পলকেও ঠিকনা সলালে

মলিন ছবিৰে ৰংবোৰে

কিনো ৰং ক’তেনো সানিলে

আধা মৰা জোনে উচুপি কান্দে

এন্ধাৰৰ এলাগী বাটতে

সমুখৰ ৰ’দে তমসাকে চুলে

ঘড়ীটোৰ দীঘে-বাণিয়ে

উভতি চোৱা..ধূলিয়ৰি বাটে

ধূলি হৈ হৈ উৰিব জীৱনী

উজুটি খোৱা..উচুপনিবোৰে

ছবি হৈ হৈ ক’বহি কাহিনী


বেলি উৰি উৰি ঢলি পৰে

আবেলি  গধূলি পৰতে

উকি মাৰি মাৰি ৰে’ল চলে

উলটি কাহানিও নহাকে

ধোঁৱা ধোঁৱা হোৱা চকুলোৰে চিতা

হাতে হাতে ছহাত ছমুঠন হেঁপাহ

খৰমান গানৰে ৰাগতে….

উভতি চোৱা..ধূলিয়ৰি বাটে

ধূলি হৈ হৈ উৰিব জীৱনী

উজুটি খোৱা..উচুপনিবোৰে

ছবি হৈ হৈ ক’বহি কাহিনী

Ubhoti Sua New Assamese Song Video

Listen and Download Mp3 Song Of 👇উভতি চোৱা👇

Categories

error: Content is protected !!