Tumiyei Tu Mur Lyrics. A beautiful Assamese song released recently with the beautiful of Papori Gogoi ft. Joy Nirvan. A soulful romantic Assamese song. enjoy the new Assamese song lyrics..

Audio Credits:
Song- Tumiyei Tu Mur Lyrics
Singer- Papori Gogoi ft. Joy Nirvan
Lyrics/Tune- Chinmoy Kaushik & Joy Nirvan
Music/Mix- Palash Gogoi
Backing Vocal- Pronay Dutta
Listen & Assamese Mp3 song Download Free
- Tumiyei Tu Mur Hoi Papori Gogoi ft. Joy Nirvan 3:41
👇Click Here to Download Mp3👇
Tumiyei Tu Mur Lyrics Assamese Song
তুমিয়ে তু মোৰ হয়
ৰাখিলো তোমাক গোপনে
মই নজনাকৈ
আৰে আৰে চাই ৰও
প্ৰতিবাৰে হয় ভালপোৱা
মই নজনাকৈ
চোৱানাচোন মৰমেৰ
যিদৰে মই চাও
তোমাকে ভাল পাও
তুমিয়ে মোৰ
তুমিয়ে মোৰ, সকলোবোৰ
এটি আশা তোমাকে লৈ
কৰি দিয়া পূৰ
তোমাকে ভাল পাও
তুমিয়ে মোৰ
তুমিয়ে মোৰ, সকলোবোৰ
এটি আশা তোমাকে লৈ
কৰি দিয়া পূৰ।।
এদিন নেদেখিলে তোমাক
এবছৰ যেন লাগে
জিয়াই জিয়াই চোন তোমাতে মৰো
তুমি আহিলে জোনাক
ওঠৰ হাহিতো জাগে
বাৰে বাৰে চোন প্ৰেমতেই পৰো
আ….আ….আ….আ
চুই দিয়া গলি যাম
মই তুমাৰে বুকুতে
মৰমকন বিছাৰো
এবাৰ সাবতি লোৱানা
চোৱানাচোন মৰমেৰ
যিদৰে মই চাও
তোমাকে ভাল পাও
তুমিয়ে মোৰ
তুমিয়ে মোৰ, সকলোবোৰ
এটি আশা তোমাকে লৈ
কৰি দিয়া পূৰ
Tumiyei Tu Mur Assamese Video Song
Listen and Assamese Song Mp3 Free Download Of
New Assamese Songs Playlilst