TUMI XUR Lyrics. A beautiful romantic Assamese song by Tanveer Masoom. Feels romantic and it will take you to the world of imagination. Emjoy the melodious lyrics of this Assamese song.

Audio Credits:
Song: TUMI XUR Lyrics
Singer/Composition- Tanveer Masoom
Music- Zenith Gogoi
Lyrics- Madhujya Dutta
Mix/Master- Mukti Muhurta Hazarika.
Listen & Assamese Mp3 song Download Free
- TUMI XUR Tanveer Masoom × Zenith Gogoi
👇Click Here to Download Mp3👇
TUMI XUR Lyrics Assamese Song
পূবালী বতাহে বাট দেখুৱাই,
বিৰিখৰ ডালতে প্ৰাণ সাৰ পায় ।
সুবাসী সুমনে হাঁহি মাৰি চাই,
তুমি যে ঠিকনা মনে সোঁৱৰাই।
হৃদয়ৰে ভাজঁতে লুকাই,
লাজতে প্ৰেমবোৰ দুনাই ।
তোমাৰ মাততে জীয়া,
হেৰুৱা আশাৰ কলিকা।
তুমি আহিলে জানা,
ভাগৰা দেহাতে
উতলা মৰম সাৰ পালে।
তুমি কোন সৰগৰ মায়াবী প্ৰেয়সী,
হেজাৰ সপোনৰ সুখ এটুপি।
তুমি দূৰ দূৰ দূৰ, তুমি সুৰ,
নিশাৰ আবেগৰ সুৰ মধুৰ।
ডাৱৰীয়া আকাশৰ তুমি জিলিকা চন্দ্ৰমা,
একাকী উদং বুকুত তুমি শুৱলা সংগীতা ।
অনিকেত মনৰ তুমি আলয় কিছু মৌসনা,
মুগ্ধ হিয়াতে ভাহে প্ৰেমৰ সুৱাসনা।
তুমি কোন সৰগৰ মায়াবী প্ৰেয়সী,
হেজাৰ সপোনৰ সুখ এটুপি।
তুমি দূৰ দূৰ দূৰ, তুমি সুৰ,
নিশাৰ আবেগৰ সুৰ মধুৰ।
TUMI XUR New Assamese Video Song
Assamese Song Download Free