Tumi Xubaxh Lyrics in Assamese- Nikhil and Sannidhya Bhuyan.

Application Launched/Get It Now For Free

Tumi Xubaxh Lyrics. A beautiful Assamese song lyrics by Nikhil and Sannidhya Bhuyan. Another popular Assamese song. Lyrics of this song are written by Prasant Das. Enjoy the Assamese Lyrics.

tumi-xubaxh-lyrics-nikhil-and-sannidhya-bhuyan

Tumi Xubaxh Song Info

Song: Tumi Xubaxh Lyrics
Singer: Nikhil and Sannidhya Bhuyan.
Composition: Prasant Das and Sannidhya Bhuyan.
Lyrics: Prasant Das

Listen & Assamese song Free Download

  1. Tumi Xubaxh Nikhil and Sannidhya Bhuyan. 4:12

👇Click Here to Download Mp3👇

Tumi Xubaxh Lyrics Assamese Song

কাষেৰে, পাৰ হৈ
গ’লা তুমি, উশাহো যায় ৰৈ
কিনো আদৰ, বুকুতে জাগে
ভাবি তোমাক নিজৰ
ভাবি তোমাক নিজৰ

তুমি ডালে ডালে
তুমি পাতে পাতে
তুমি ফুল ফুল, সুবাস সুবাস
তুমি শীত শীত নিহালিতা
তুমি নৈ নৈ
তুমি পাৰ পাৰ

তুমি হলে দুৰ হিয়াত হাহাকাৰ
কিনো চাৱনিৰে কৰা চিকাৰ
তুমি ডালে ডালে
তুমি পাতে পাতে
তুমি ফুল ফুল, সুবাস সুবাস

এই শুকান পৃথিৱীত
তুমি আহিলে জীপাল হ’ব
সৌ ক’লা ডাৱৰো
তোমালে চাই আতৰিব
ক’ত ৰাতি অকলে অকলে

পাৰ হ’ল ভাবি তোমাক নিৰৱে
ক’ত সপোনৰে ধাৰ বুকুতে
বৈ যায় ভঙি হিম বেথাৰে
হিম বেথাৰে….
তুমি ডালে ডালে
তুমি পাতে পাতে
তুমি ফুল ফুল, সুবাস সুবাস
তুমি শীত শীত নিহালিতা
তুমি নৈ নৈ
তুমি পাৰ পাৰ

তুমি হলে দুৰ হিয়াত হাহাকাৰ
কিনো চাৱনিৰে কৰা চিকাৰ
তুমি ডালে ডালে
তুমি পাতে পাতে
তুমি ফুল ফুল, সুবাস সুবাস

Tumi Xubaxh Assamese Video Song

Listen and Assamese Song Mp3 Free Download Of

Popular Songs Of Sannidhya Bhuyaan

Motoliya 2.0 by Sannidhya Bhuyaan

Categories

error: Content is protected !!