Tumi Lyrics. A beautiful Assamese song by Abhilekh and Bhaskar Opswel. Lyrics of this songs Are written by Dipankar Rajkhowa. Also Check Basi Basi tumake basim Lyrics. Enjoy the new Assamese song lyrics..

Audio Credits:
Song- Tumi Lyrics
Singer- Abhilekh
Lyrics- Dipankar Rajkhowa
Music: Bhaskar Opswel
Mixed & Mastered by Bhaskar Opswel
Recorded at : Sonic Waves, Guwahati
Listen & Assamese song Free Download
- Tumi Abhilekh 4:26
Click Here to Download Mp3
Tumi Lyrics Assamese Song
তুমি প্ৰহেলিকা হৈ
বৰ্ণঅময় মায়া মই
বিস্তীৰ্ণ সমুদ্ৰত তৰংগ তুলি
নীলিম আকাশৰ শুন্য়তা তুমি
নীলিম আকাশৰ শুন্য়তা তুমি
ৰ’দৰ পিঠিত তুমি, বৰষাৰ চিঠিত তুমি
ফুলৰ স্নিগ্ধতাত তুমি,
বুকুৰ স্পন্দনত তুমি, জে তুমি
তুমি প্ৰহেলিকা হৈ..
বৰ্ণময় মায়া মই..
ক্লান্ত পক্ষীৰ দেউকাত উলমি
ভাগৰোৱা..সময়ৰ বুৰন্জী লিখি
পথৰুৱা আবেলি আশ্ৰয়
আঁচল মেলি থাকা মোলৈ তুমি
এন্ধাৰত তুমি, জোনাকত তুমি
বতাহত তুমি, সুবাসত তুমি..
জে তুমি অ’ অ’ অ’ অ’..
তুমি প্ৰহেলিকা হৈ
বৰ্ণঅময় মায়া মই
পুৱাৰ কিৰণৰ চিকমিকনি
অ..উজ্ৱলি উঠে তোমাৰ গাল দুখনি
ওঠত নিগৰে কোমল হাঁহি
শুনি পাঁও তোমাৰ গীতৰ গুনগুননি
তুমি প্ৰহেলিকা হৈ
বৰ্ণঅময় মায়া মই
বিস্তীৰ্ণ সমুদ্ৰত তৰংগ তুলি
নীলিম আকাশৰ শুন্য়তা তুমি
নীলিম আকাশৰ শুন্য়তা তুমি
Tumi New Assamese Video Song
Also Check