Tumi Akaxot তুমি আকাশত A beautiful Assamese song by Zubeen Garg and Rinku Priyang. Released in 2020.Below are the Lyrics of the song..
“Tumi Akaxot” Song Info
➤ Singer: Zubeen Garg and Rinku Priyang |
➤ Lyrics: Kallul Kashyap Mahanta |
➤ Music: Trion Mahanta |
➤ Director: Rintu Choudhury |
“Tumi Akaxot” Song Lyrics
তোমাৰ গীতৰ সুৰত
অ’ফুলিছে গোলাপ এপাহী
তিৰবিৰ প্ৰেমৰে চাঁকি
অ’ জ্বলিছে আজি উজলি
চেচা বঁতাহ জাকে আহি চুই
সপোনৰ আৰে আৰে আহি
ক’লে ৰিঙিয়াই
আবেগৰ দলিচাতে আজি
ৰাখিছোঁ তোমাকে সাচিঁ
উশাহৰ গভীৰ হেপাঁহত তুমি
মোৰেই মন ৰাগিনী
তোমাৰ গীতৰ সুৰত
অ’ফুলিছে গোলাপ এপাহী
তিৰবিৰ প্ৰেমৰে চাকিঁ
অ’ জ্বলিছে আজি উজলি
তুমিয়েই আহি দিয়া
সাগৰ নীলা মৰম সানি
তোমাৰ চাওনিতে আজি সৰিব
জোনাকীৰ পাহী
তুমি সপোনত তুমি দিঠকত
তুমি আকাশত তুমি বতাঁহত
দুহাত মেলি আছোঁ মই আজি
লোৱাহি মোক সাৱ্তী
তোমাৰ গীতৰ সুৰত
অ’ ফুলিছে গোলাপ এপাহী
তিৰবিৰ প্ৰেমৰে চাঁকি
অ’ জ্বলিছে আজি উজলী
তোমাৰ গীতৰ সুৰত
অ’ফুলিছে গোলাপ এপাহী
তিৰবিৰ প্ৰেমৰে চাকিঁ
অ’ জ্বলিছে আজি উজলী …
চেচা বতাঁহ জাকে আহি চুই
সপোনৰ আৰে আৰে কলে
ৰিঙিয়াই
আবেগৰ দলিচাতে আজি
ৰাখিছোঁ তোমাক সাচিঁ
উশাহৰ গভীৰ হেঁপাহত তুমি
মোৰেই মন ৰাগিনী
“তুমি আকাশত” Song Video
Listen and Download Mp3 Song Of 👇তুমি আকাশত👇
- Wynk: http://bitly.ws/aQGm
- Spotify: http://bitly.ws/aQGn
- Youtube Music: http://bitly.ws/aQGo
- Direct Download Mp3: http://bitly.ws/aQGq