Tumar Umaal Moromor Lohorot A beautiful Assamese song by Zubeen Garg, released in 2020. Featured by Utpal Das, Annanyya Kashyap & Birina Chakravarty.
Tumar Umaal Moromor Lohorot Song Info
➤ Singer: | Zubeen Garg |
➤ Lyrics: | Dr. Bedbrata Saikia |
➤ Music: | Kamal Rashid Ahmed |
➤ Music Label: | Dhwani Records |
Tumar Umaal Moromor Lohorot Assamese Song Lyrics
তোমাৰ উমাল মৰমৰ লহৰত
উজানত উটিছে উৰুখা মন
উজলি উপচিছে উথলি উঠিছে
বিয়পি বিয়পি মৰমৰ জোৱাৰত
বুৰিব ধৰিছে
উৱঁলি যোৱা মোৰ হৃদয়খন।
এনে লাগে যেন সজল আজলী
লাৱনি চাৱনি তোমাৰ
নিমিষতে জুমি জোনাক জুৰিছে
হিয়াৰ এন্ধাৰ আঁউষী
জুৰুলি–জুপুৰি তোমাৰ চাৱনিত
বিভোৰ মগন
মই আজীৱন
এনে লাগে যেন মৰমী মায়াবী
প্ৰীতি পৰশন তোমাৰ
চেনেহ চুমি সেউজ সিঁচি
তৃষাত আতুৰ বাকৰি
গলিছে পমিছে তোমাৰ পৰশত
মুগুধ মুগুধ
মই আমৰন।
তোমাৰ উমাল মৰমৰ লহৰত
উজানত উটিছে উৰুখা মন
উজলি উপচিছে উথলি উঠিছে
বিয়পি বিয়পি মৰমৰ জোৱাৰত
বুৰিব ধৰিছে
উৱঁলি যোৱা মোৰ হৃদয়খন।
তোমাৰ উমাল মৰমৰ লহৰত Song Video
Listen and Download Mp3 Song Of তোমাৰ উমাল মৰমৰ লহৰত
- Wynk: http://gestyy.com/etz5LV
- Spotify: http://gestyy.com/etz5Zu
- Youtube Music: http://gestyy.com/etz5XB
Also Check