Tumar Babe Lyrics in Assamese-Song By Deeplina Deka

Application Launched/Get It Now For Free

Assamese song Tumar Babe lyrics. Sung by Deeplina Deka and Sukmoni Dewri Released in 2021. A beautiful love song. Composed by Trion Mahanta. Below are the Lyrics of the song..

Tumar babe assamese song lyrics

তোমাৰ বাবে Song Info

Singer: Deeplina Deka Sukmoi Dewri
➤ Lyrics: Kallul Kashap Mahanta
Music: Trion Mahanta

Tumar Babe Assamese Song Lyrics

সেউজ প্ৰভাতী সুৰে ..

আহি বিনালে তোমাৰেই কথা 

ৰঙীন পৃথিবীৰ সুবাস তুমি 

নিভাঁজ হিয়াৰে মৰম তোমাৰ বাবেই 

সুৰে সুৰে সাতোঁৰঙী ৰং  

বিয়পি পৰিছেহি 

প্ৰনয়ৰে আলিবাটতে সৰিছে সপোন

যুগে যুগে শিহৰিত মন 

উজলি উঠিছেহি 

আবেগৰে বালিঘৰতে পখিলাৰ নাচোঁন 

মৌন ওঁঠত আজি চোন 

বাজি উঠিছেহি সুৰ 

সাগৰ গভীৰ এই মন পৰিলেহি জুৰ 

হেপাঁহৰে অচিন ভাষা 

ভাহি আহে জোনাকীৰ নিশাত 

ভাবনাতে খেলিছেহি বহু আশা 

সপোনে আহি দুচকুতে মোৰ 

ৰং সানে প্ৰতি পলে 

তোমাৰেই বুকুৰ কোমল পৰশত 

আবেগৰে জোৱাৰ উঠে 

নিৰৱ প্ৰেমৰ চাকি গছি 

হৈ আমাৰ সাক্ষী ..

মোৰ কোঁহে কোঁহে সাতোঁৰঙী ৰং 

বিয়পি পৰিছেহি 

প্ৰনয়ৰে আলিবাটতে

সৰিছে সপোন

যুগে যুগে শিহৰিত মন 

উজলি উঠিছেহি 

আবেগৰে বালিঘৰতে পখিলাৰ নাচোঁন 

তোমাৰ বাবে  ” Song Video

Listen and Download Mp3 Song Of তোমাৰ বাবে 

Categories

error: Content is protected !!