Tumake Rakhu Bukute Lyrics – Deeplina Deka X Babonn Bornil [Assamese Song Lyrics]

Application Launched/Get It Now For Free

 Audio Credits

Singer- Babonn Bornil and Deeplina Deka

Music- Babonn Bornil

Composition- Vicky Kalita

Lyrics- Prasant Das

Audio mixed and mastered by Pinku Das at STUDIO RED AV

Tumake Rakhu Bukute Lyrics - Deeplina Deka X Babonn Bornil

তোমাকে ৰাখোঁ মই বুকুতে

এৰি যাওঁ বুলি নকবা দেই

যাচি দিম, সাঁচি ৰখা সকলো

তথাপি আতঁৰিব নোৱাৰো

বুকুতে ঘৰ সাজি ল’লা

সোন তুমি নজনাকে

নোৱাৰিমেই থাকিব মই

তুমি নোহোৱাকে।

ভাবি ললোঁ নিজৰ আপোন, তুমিহে নাভাবা

আঁকি ললোঁ দুচকুতে, তুমিহে নেদেখা

জানে বুজে সকলোৱে, তুমিহে নুবুজা

আছে যদি মোলে মৰম, কিয়নো নোকোৱা

হেঁপাহ মোৰ  বাঢ়ে দিনে

সোন তুমি নজনাকে

নোৱাৰিমে থাকিব মই

তুমি নোহোৱাকে।

দুখৰ ভাগৰ সময় আহি

যাবগে দুৰলে ও

কাষতে মোৰ ৰোৱা যদি

ওৰেটো জীৱনলৈ

জানা নহয় আছো যে ৰৈ

সোন তুমি অহালে

তুমি আহি পূৰাবাহি

ঠাই মোৰ বুকুৰে।

Music Video of Tumake Rakhu Bukute

Categories

error: Content is protected !!