Tumake Napale Lyrics- Vicky Kalita|New Assamese song

Application Launched/Get It Now For Free

Tumake Napale Lyrics. A beautiful Assamese romantic song by Vicky Kalita & Barsha Borah. The lyrics of this song are written by Prasant Das. Featured by Vicky Kalita and Surabhi Das.

tumake-napale-lyrics-vicky-kalita

Audio Credits:
Song- Tumake Napale Lyrics
Singer- Vicky Kalita & Barsha Borah
Lyrics- Prasant Das
Music: Babonn Bornil
Mixed & Mastered by Pinku Das @ Red Av Studio

Listen & Assamese song Free Download

).push({});

Tumake Napale Lyrics Assamese Song

তোমাকে নাপালে,
মৰো মৰো যেন লাগে
তুমি সোন বুজানে
আছো মই কি দৰে
মোৰে হৈ থাকিবা
মোৰে জীৱনলে
দুয়োএ সাজি লম
ঘৰ এসনি সুখৰে

আছো থাকিম তোমাৰ সতে
আন একো মোক সুখ নালাগে
তুমি দিয়া মৰমে জীয়াম
আমাৰ ভাগত যিকণ আছে
সেয়ে আমাক জুৰিবগে
যিকন পোৱা দুয়োএ ভগাম
তুমি মই এদিন মিলি যাম।

কাষলে নাহিলে, অভিমান বাঢিব
সেই অভিমানে মোক আজুৰি আনিব
এবুকু মৰমে তুমাকে বিচাৰে
দুবাহুৰে মাজতে
তোমাক ৰাখি থম সদায়ে
আছো থাকিম তোমাৰ সতে
আন একো মোক সুখ নালাগে
তুমি দিয়া মৰমে জীয়াম
আমাৰ ভাগত যিকণ আছে
সেয়ে আমাক জুৰিবগে
যিকন পোৱা দুয়োএ ভগাম
তুমি মই এদিন মিলি যাম।
তুমি মই এদিন মিলি যাম।

এখনি কলিজা, তেনেই থুনুকা
মৰমে আৱৰি ৰাখিম, কাষতে থাকিবা
আছো থাকিম তোমাৰ সতে
আন একো মোক সুখ নালাগে
তুমি দিয়া মৰমে জীয়াম
আমাৰ ভাগত যিকণ আছে
সেয়ে আমাক জুৰিবগে
যিকন পোৱা দুয়োএ ভগাম
তুমি মই এদিন মিলি যাম।

Tumake Napale New Assamese Video Song

Also Check

Categories

error: Content is protected !!