Tomoxa Lyrics in Assamese- Song by Sannidhya Bhuyan

Application Launched/Get It Now For Free

Tomoxa Lyrics A beautiful New Assamese song by Sannidhya Bhuyan & Debabrata Gogoi. Sannidhya bhuyan songs are becoming very popular in those days. Enjoy the new Assamese song lyrics.

tomoxa-lyrics-by-sannidhya-bhuyan

Tomoxa Song Info

Song : Tomoxa Lyrics
Performed By : Sannidhya Bhuyan & Debabrata Gogoi
Lyrics: Rajib Bhuyan, Sannidhya Bhuyan and Debo.
Compositio : Sannidhya Bhuyan , Debo.
Music Production : Debo , Rajnish Saikia .

Listen And Download:

  1. Tomoxa -Sannidhya Bhuyan & Debabrata Sannidhya Bhuyan & Debabrata 3:17

Download Here

Tomoxa Lyrics Song Lyrics

আহিবানে নাশিবলে মনৰে তমশা

পাৰিবানে আতৰাব মনে নিৰাশা

আহিবানে নাশিবলে মনৰে তমশা

শৰদী নিশাৰ যেন তুমি পুৰ্নিমা

মানবী নহয় যেন লক্ষী প্ৰতিমা

শৰদী নিশাৰ যেন তুমি পুৰ্নিমা

মানবী নহয় যেন লক্ষী প্ৰতিমা

নিজকে দেখিবলৈ পদুলি

মুৰতে অছোহি ৰৈ

বাটৰ ফালে আছে তোৰ চকু গৈ

বাকী কথাখিনি কবলে গৈ থৈ

নিজকে দেখিবলৈ পদুলি

মুৰতে অছোহি ৰৈ

বাটৰ ফালে আছে তোৰ চকু গৈ

বাকী কথাখিনি কবলে গৈ থৈ

শৰদী নিশাৰ যেন তুমি পুৰ্নিমা

মানবী নহয় যেন লক্ষী প্ৰতিমা

ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা

মনৰ পথাৰ হওক সেউজে পৰশা

ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা

মনৰ পথাৰ হওক সেউজে পৰশা

শৰদী পুৱাৰ যেন তুমি অৰুনিমা

ৰাঙলী আভাৰে ঢকা পুৱাৰ নিলিমা

গনি গনি গ’ল এটি দুটি কৰি

তমশা ৰাতি মাথো আজি স্মৃতি হৈ ৰল

কৰি সেই সময় পাৰ

সোধো আকৌ এবাৰ

আহিবানে নাশিবলে মনৰে তমশা

পাৰিবানে আতৰাব মনে নিৰাশা

আহিবানে নাশিবলে মনৰে তমশা

পাৰিবানে আতৰাব মনে নিৰাশা

শৰদী নিশাৰ যেন তুমি পুৰ্নিমা

মানবী নহয় যেন লক্ষী প্ৰতিমা

Tomoxa Assamese Video Song

Listen and Assamese Song Mp3 Free Download Of Tomoxa

Sannidhya Bhuyan Song Download Playlist

Motoliya 2.0 Assamese Song

Categories

error: Content is protected !!