Tomar Kotha Lyrics in Assamese-Song By Papon

Application Launched/Get It Now For Free

Tomar Kotha A lovely romantic and popular trendy song in 2020 from the latest Assamese Song album: Tomar Kotha (2020) Assamese song by Angaraag Mahanta(PAPON). The music Produce by Manash Hazarika. The lyrics and tune of Tomar Kotha are written by Keshab Nayan.

Tomar Kotha lyrics Assamese song

তোমাৰ কথা ” Song Info

➤ Singer: Angaraag Mahanta(PAPON)
Lyrics: Keshab Nayan
Music: Keshab Nayan
Album: Tomar Kotha (2020)

Tomar Kotha ” Song Lyrics

তোমাৰ কথা ভাবিলেই জানা

জোনাক উপচি পৰে

বুকুৰ সিপাৰে এহেজাৰ গোলাপে

ৰঙা ৰঙা কলি মেলে

ছায়া হৈ অহা এবাৰ কাষৰলে

দিঠকত নালাগে আহিবলে

সপোনত অহা এবাৰ কাষৰলে

তোমাৰ কথা ভাবিলেই জানা

জোনাক উপচি পৰে

বুকুৰ সিপাৰে এহেজাৰ গোলাপে

ৰঙা ৰঙা কলি মেলে

এটি বেলি ফুটে

কানে কানে মোক কলে

তুমি মই একেটি হোৱাৰে

সেই বেলি ফুটে

উৰে নিশা মোক আহি

জুৰুলা জুৰুলা কৰিলে..

ছায়া হৈ অহা এবাৰ কাষৰলে

দিঠকত নালাগে আহিবলে

সপোনত অহা এবাৰ কাষৰলে

তোমাৰ কথা ভাবিলেই জানা

জোনাক উপচি পৰে

বুকুৰ সিপাৰে এহেজাৰ গোলাপে

ৰঙা ৰঙা কলি মেলে

আজি কাঁচি জোনে

গুপুতে আহি মোক চুলে

এন্ধাৰত টোপনি ভাঙিলে

তৰা ফুলা ৰাতি

তোমাক বাছি বাছি কলে

তুমি মই কতো নাই নোহোৱাৰে..

ছায়া হৈ অহা এবাৰ কাষৰলে

দিঠকত নালাগে আহিবলে

সপোনত অহা এবাৰ কাষৰলে

তোমাৰ কথা ভাবিলেই জানা

জোনাক উপচি পৰে

বুকুৰ সিপাৰে এহেজাৰ গোলাপে

ৰঙা ৰঙা কলি মেলে

” তোমাৰ কথা ” Song Video

Listen and Download Mp3 Song Of তোমাৰ কথা 👇👇

Categories

error: Content is protected !!