চিনাকি চিনাকি মুখ Sinaki Sinaki Lyrics in Assamese-Song By Papon

Application Launched/Get It Now For Free

চিনাকি চিনাকি মুখ Sinaki Sinaki a beautiful Assamese song by Angaraag Mahanta(PAPON). From the album চিনাকী অচিনাকী.

Sinaki sinaki lyrics by papon

চিনাকি চিনাকি মুখ” Song Lyrics

চিনাকি চিনাকি মুখ অচিনাকি মন,

মুখা পিন্ধি সকলোচোন নিজতেই মগন..।।

ইমান কোলাহল লাগিছে আমনি,

নীলা আকাশখন ইয়াতযেন নেদেখি,

হেই চিনাকি চিফুঙৰ সুৰে মাতিচে বাৰে বাৰে।

চিনাকি চিনাকি মুখ অচিনাকি মন।।

ইমান আদৰ আইৰে মাতত

চেনেহৰে উম বিনন্দীয়া।

নৈৰে ঘাটৰ জুৰ মলয়াত,

জীৱন জূৰুৱা মাদকতা।

সাৰদি নিশাৰ জোনাকতে,

কহোৱা কোঁমল সপোন জাগে।

শেৱাঁলি ফুলৰ সুবাস  লাগি,

মন উৰনীয়া হয় মোৰ বাৰে বাৰে।

ঘূৰি চালে অতিতৰে মিঠা অনুভূতি,

সাহসৰে সুৰ হয় মন হকতি।

ঘূৰি চালে অতিতৰে মিঠা অনুভূতি,

পাঁও সেই সৰলতা সংস্কৃতি।

দেশৰ কাহিনী মূলা জয়মতি

লাচিতৰে সেই শৰাইঘাট,

আইতাই গোৱা বৰগীত ঘোষা,

নীৰৱে কপে কলিজাত।

চিনাকি চিনাকি মুখ অচিনাকি মন,

মুখা পিন্ধি সকলোচোন নিজতেই মগন।।

আকাশ পিয়াখি মানুহৰ বাবে

মুখাই আহোৱাহ সেই যুগৰ বাবে,

চিফুং বাঁহিৰ সুৰেৰে গাঁঠি

ৰচিলো সেই নতুন সুৰ

বুকুৰ সচাঁ চেনেহেৰে,

মনৰ মিঠা আৱেগেৰে।

চিনাকি চিনাকি মুখ অচিনাকি মন

মুখা পিন্ধি সকলোচোন নিজতেই মগন…।।

চিনাকি চিনাকি” Song Video

Listen and Download Mp3 Song Of “চিনাকি চিনাকি

Categories

error: Content is protected !!