Sinaki Baatere Lyrics. A beautiful single by The Awrr Band, Dhakuakhana, Assam. Sung by Diptanshu Gogoi. This song is about yearning for home and hope. Enjoy the Lyrics in Assamese.
Audio Credits:
Song: Sinaki Baatere Lyrics
Singer: Diptanshu

Listen & Assamese Mp3 song Download Free
- Sinaki Baatere Awrr Band 4:55
👇Click Here to Download Mp3👇
Sinaki Baatere Lyrics Song Lyrics
নিজান ৰাতিৰ ছাঁয়া প্ৰহেলিকা
ৰ’দেপোৰা দিনৰ মৌন ভাষা
নিজম সেমেকা বাটৰ
আধৰুৱা..
স্মৃতিৰ এখিলা পাতত
মোৰ কবিতা
অ’ অ’ . . .
দূৰণিৰ বতাহৰ সুৰে চিনাকী সুবাস আনে
মন মোৰ ঘৰলে উৰণীয়া হৈ উৰে
শুকুলা ডাৱৰৰ আঁৰে বেলিটিয়ে মিচিকি হাঁহে
পদূলিৰ বকুলজোপাই বাউলি মাতে
অ’ অ’ অ’ অ’
চিনাকি বাটেৰে আজি
অ’
বতাহৰ কোলাতে উঠি
অ’
এমুঠি আশা বান্ধি
অ’
ওলালো ঘৰলে’ বুলি
চিনাকী নদীৰ ঘাটৰে ৰ’দে ধোৱা বালিতে
নামি অহা সূৰুযে মোকে চোন সাৱটে
চিনাকী নদীৰ ঘাটৰে ৰ’দে ধোৱা বালিতে
নামি অহা সূৰুযে মোকে চোন সাৱটে
বাটৰ ধূলিৰ দৰে
হেৰাই যোৱা দিনবোৰ
ঘূৰি আহে শৈশৱ
সোণালী মোৰ
অ’ অ’ অ’ অ’
চিনাকি বাটেৰে আজি
অ’
বতাহৰ কোলাতে উঠি
অ’
এমুঠি আশা বান্ধি
অ’
ওলালো ঘৰলে’ বুলি
Sinaki Baatere New Assamese Video Song
Listen and Assamese Song Mp3 Free Download Of
New Released Assamese songs
- Halodhiya Boroxun Lyrics- Kongkona Borah
- Anurag Lyrics- Zubeen Garg
- Xemeka Lyrics-Gaurisankar X Washim Ayan