Famous singer NEEL AKASH is back with another beautiful modern Assamese Bihu song Silimili Tuponi (চিলিমিলি টোপনি). Here are the Lyrics…
” Silimili Tuponi” Song Info
➤ Singer: Daijee Das & NEEL AKASH |
➤ Lyrics: Swarup Kakati |
➤ Music: Tarun Tanmoy |
➤ Album: Aashufull 2020 |
“Silimili Tuponi” Song Lyrics
চিলিমিলি টোপনি কেচাঁতে ভাঙিলি
বগা কলাফুলে কৰিছে আমনি
তই হলি আজলী গাঁৱৰে ছোৱালী
চকুৰ পলকতে মাৰেচোন বিজুলী
ঐ চকুত সানি কাজল
কৰিছ তই পাগল . . .×২
ধীৰে ধীৰে মনে মনে মন ভূলালি
চিলিমিলি টোপনি ঐ . . .
ঐ নিয়ঁৰে তিতালে
দুৱৰি কোমল কলিজাৰে
কোনে ৰং বুলালে
গোলাপী মোৰে দুগালতে . . .×২
উৰে মন পখিলা হৈ
তোমাকে চুই চাবলৈ
পলাশে ৰঙালে মন
জানা তোমাক পাবলৈ
মোৰো যে নাহে ঘুমতি
অ’ চিলিমিলি টোপনি ঐ . . .
ঐ তলসৰা শেৱালী ফুৰিছ বুতলি
দুগাল সুমেথিৰা উঠিছে জিলিকি
ৰ’দত তিৰেবিৰাই খামুচীয়া ককালটি
ঘনে ঘনে বুকুত ঐ মাৰিছে উজুটি
জাগে নে তোৰো আদৰ
নেলাগে ভাবি ভাগৰ . . .×২
টোপা টোপে মৰম বাঢ়ি হ’ল এসাগৰ
চিলিমিলি টোপনি ঐ . . .
অ’ মন আজি হয় বাউলী
তোমাৰে ঠিকনা বিচাৰি
বিৰিণা কঁপাদি কঁপে মন
উশাহো জানা চুটি চুটি . . .×২
আঁচলৰ আৰতে থম
দুহাতে দি বুলনি
সীমনা নিচিনি ল’ম
চেনেহবোৰ গনি গনি
হেপাঁহে ল’ব জিৰণি….চিলিমিলি টোপনি ঐ . .
” চিলিমিলি টোপনি ” Song Video
Listen and Download Mp3 Song Of 👇 চিলিমিলি টোপনি 👇
- Wynk: http://bitly.ws/aH2A
- Spotify: http://bitly.ws/aH2u
- Gaana: http://bitly.ws/aH2x
- Jio Savan: http://bitly.ws/aH2t
- Direct Download Mp3: http://bitly.ws/aH2D