Silimili Tuponi Lyrics in Assamese-Song By Neel Akash

Application Launched/Get It Now For Free

Famous singer NEEL AKASH is back with another beautiful modern Assamese Bihu song Silimili Tuponi (চিলিমিলি টোপনি). Here are the Lyrics…

Silimili Tuponi Lyrics in Assamese

Silimili Tuponi” Song Info

➤ Singer: Daijee Das & NEEL AKASH
Lyrics: Swarup Kakati 
Music: Tarun Tanmoy 
➤ Album: Aashufull 2020

“Silimili Tuponi” Song Lyrics

চিলিমিলি টোপনি কেচাঁতে ভাঙিলি

বগা কলাফুলে কৰিছে আমনি

তই হলি আজলী গাঁৱৰে ছোৱালী

চকুৰ পলকতে মাৰেচোন বিজুলী

চকুত সানি কাজল

কৰিছ তই পাগল . . .×

ধীৰে ধীৰে মনে মনে মন ভূলালি

চিলিমিলি টোপনি . . .

নিয়ঁৰে তিতালে

দুৱৰি কোমল কলিজাৰে 

কোনে ৰং বুলালে

গোলাপী মোৰে দুগালতে . . .×

উৰে মন পখিলা হৈ

তোমাকে চুই চাবলৈ

পলাশে ৰঙালে মন

জানা তোমাক পাবলৈ

মোৰো যে নাহে ঘুমতি

চিলিমিলি টোপনি . . .

তলসৰা শেৱালী ফুৰিছ বুতলি

দুগাল সুমেথিৰা উঠিছে জিলিকি

দত তিৰেবিৰাই খামুচীয়া ককালটি

ঘনে ঘনে বুকুত মাৰিছে  উজুটি

জাগে নে তোৰো আদৰ

নেলাগে ভাবি ভাগৰ . . .×

টোপা টোপে মৰম বাঢ়ি এসাগৰ

চিলিমিলি টোপনি . . .

মন আজি হয় বাউলী 

তোমাৰে ঠিকনা বিচাৰি

বিৰিণা কঁপাদি কঁপে মন

উশাহো জানা চুটি চুটি . . .×

আঁচলৰ আৰতে থম

দুহাতে দি বুলনি

সীমনা নিচিনি

চেনেহবোৰ গনি গনি

হেপাঁহে জিৰণি….চিলিমিলি টোপনি . .

” চিলিমিলি টোপনি ” Song Video

Listen and Download Mp3 Song Of 👇 চিলিমিলি টোপনি 👇

Categories

error: Content is protected !!