Silaa Lyrics in Assamese-Song By Zubeen Garg

Application Launched/Get It Now For Free

Finally Waiting is finished. Here is the new amazing song By Zubeen Garg named Silaa. The lyrics of this song is also written by Zubeen Garg. From the album Silaa. Here the music arrangement is done by Bablu Sibabrata Sharma.

Silaa lyrics

Silaa ” Song Info

➤ Singer: Zubeen Garg
Lyrics: Zubeen Garg
Music: Bablu Sibabrata Sharma
Album: Silaa

Listen & Assamese song Free Download

  1. Silaa Zubeen Garg 5:35

Download Here

Silaa Song Lyrics

চিলা চিলা চিলা মই..তোৰ আকাশৰে

উৰি উৰি ফুৰু মই..দুয়োৰে পোহৰে,,

চিলা চিলা চিলা মই..তোৰ আকাশৰে

ঘুৰি ঘুৰি ফুৰু মই..মনৰ আশে-পাশে,,

চিলনিৰ জাকে উৰে..ময়ো তাকে খেদি যাওঁ

সুতাকাতি গলেও ও..তোৰে ঘৰ পাওঁ

চিলা চিলা চিলা মই..তোৰ আকাশৰে

উৰি উৰি ফুৰু মই..ডাৱৰে পোহৰে,,

চিলা চিলা চিলা মই..তোৰ আকাশৰে

ঘুৰি ঘুৰিফুৰু মই..মনৰ আশে-পাশে

বৰষাৰে গুন-গুন..ৰুনুক জুনুক সুধুৰম

উৰিব নোৱাৰো বৰ কামোৰ

আঃ সদায় উৰিবলৈ মন যায়

আকাশ ভেদি ভেদি মোৰ

ছিগি হলেও পৰি আচলতে তোৰ

চিলনিৰ জাক উৰে..ময়ো তাকে খেদি যাওঁ

সুতাকাতি গলেও ও..তোৰে ঘৰ পাওঁ,,

চিলা চিলা চিলা মই..তোৰ আকাশৰে

উৰি উৰি ফুৰু মই..মনৰ আশে-পাশে,,

উখল মাখল মোৰ সপোন

হাতৰ পাকতে তোৰ

ঘুৰা ঘুৰা লেতাই ঘুৰা মই আদিম

নাচোনৰে মই পগলা

নাচোনৰে পখিলা

চিলনিৰ জাকে উৰে..ময়ো তাকে খেদি যাওঁ

সুতাকাতি গলেও ও..তোৰেই ঘৰ পাওঁ,,

চিলা চিলা চিলা মই..তোৰ আকাশৰে

উৰি উৰি ফুৰু মই

ডাৱৰে পোহৰে

" চিলা " Song Video

Listen and Download Mp3 Song Of চিলা

Categories

error: Content is protected !!