Finally Waiting is finished. Here is the new amazing song By Zubeen Garg named Silaa. The lyrics of this song is also written by Zubeen Garg. From the album Silaa. Here the music arrangement is done by Bablu Sibabrata Sharma.

“ Silaa ” Song Info
➤ Singer: Zubeen Garg |
➤ Lyrics: Zubeen Garg |
➤ Music: Bablu Sibabrata Sharma |
➤ Album: Silaa |
Listen & Assamese song Free Download
- Silaa Zubeen Garg 5:35
Silaa Song Lyrics
চিলা চিলা চিলা মই..তোৰ আকাশৰে
উৰি উৰি ফুৰু মই..দুয়োৰে পোহৰে,,
চিলা চিলা চিলা মই..তোৰ আকাশৰে
ঘুৰি ঘুৰি ফুৰু মই..মনৰ আশে-পাশে,,
চিলনিৰ জাকে উৰে..ময়ো তাকে খেদি যাওঁ
সুতাকাতি গলেও ও..তোৰে ঘৰ পাওঁ
চিলা চিলা চিলা মই..তোৰ আকাশৰে
উৰি উৰি ফুৰু মই..ডাৱৰে পোহৰে,,
চিলা চিলা চিলা মই..তোৰ আকাশৰে
ঘুৰি ঘুৰিফুৰু মই..মনৰ আশে-পাশে
বৰষাৰে গুন-গুন..ৰুনুক জুনুক সুধুৰম
উৰিব নোৱাৰো বৰ কামোৰ
আঃ সদায় উৰিবলৈ মন যায়
আকাশ ভেদি ভেদি মোৰ
ছিগি হলেও পৰি আচলতে তোৰ
চিলনিৰ জাক উৰে..ময়ো তাকে খেদি যাওঁ
সুতাকাতি গলেও ও..তোৰে ঘৰ পাওঁ,,
চিলা চিলা চিলা মই..তোৰ আকাশৰে
উৰি উৰি ফুৰু মই..মনৰ আশে-পাশে,,
উখল মাখল মোৰ সপোন
হাতৰ পাকতে তোৰ
ঘুৰা ঘুৰা লেতাই ঘুৰা মই আদিম
নাচোনৰে মই পগলা
নাচোনৰে পখিলা
চিলনিৰ জাকে উৰে..ময়ো তাকে খেদি যাওঁ
সুতাকাতি গলেও ও..তোৰেই ঘৰ পাওঁ,,
চিলা চিলা চিলা মই..তোৰ আকাশৰে
উৰি উৰি ফুৰু মই
ডাৱৰে পোহৰে
" চিলা " Song Video
Listen and Download Mp3 Song Of চিলা
- Wynk: http://bitly.ws/aF6r
- Spotify: http://bitly.ws/aF6s
- Gaana: http://bitly.ws/aF6v
- Jio Savan: http://bitly.ws/aF6u
- Youtube Music: http://bitly.ws/aF6t
- Direct Download Mp3: http://bitly.ws/aF6x