শ্যাম কানু দূৰৈ হৈ Shyam Kanu Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.

“শ্যাম কানু দূৰৈ” Song Lyrics
শ্যাম কানো দুৰৈ হৈ নাজাবা
সোণৰ বাঁহী গঢ়ায় দিম ঘৰতে বজাবা।
ঐ ৰাম নন্দৰ ঘৰৰ যদু তুমি আছিলা যে সৰু
পঞ্চ বয়সতে তুমি ৰখাইছিলা গৰু
শ্যাম কানো দুৰৈ হৈ নাজাবা
সোণৰ বাঁহী গঢ়ায় দিম ঘৰতে বজাবা।
ঐ ৰাম নন্দেৰ দুলাল বাচা তুমি নন্দে’ৰ দুলাল
এটোৰাতি কাৰুতাৰে কাৰহে চুৱাল
শ্যাম কানো দুৰৈ হৈ নাজাবা
সোণৰ বাঁহী গঢ়ায় দিম ঘৰতে বজাবা।
ঐ ৰাম লোকৰ বাচা ডাঙৰ দীঘল
আমাৰ বাচা সৰু
নহবেষ নগে চৰে তাতে চৰাই গৰু
শ্যাম কানো দুৰৈ হৈ নাজাবা
সোণৰ বাঁহী গঢ়ায় দিম ঘৰতে বজাবা।
ঐ ৰাম চিৰা থৈছোঁ, আখৈ থৈছোঁ
থৈছোঁ ভৃতৰ লাৰু
শীতল পাতি পাৰি থৈছোঁ
তাতে থৈছোঁ গাৰু
শ্যাম কানো দুৰৈ হৈ নাজাবা
সোণৰ বাঁহী গঢ়ায় দিম ঘৰতে বজাবা
ঐ ৰাম আগে ধিলুন, পাছে ধিলুণ
মুখে বংশী বাই
গণ পুষ্প মালা পিন্ধি গধিনো চঢ়াই
শ্যাম কানো দুৰৈ হৈ নাজাবা
সোণৰ বাঁহী গঢ়ায় দিম ঘৰতে বজাবা।।
“Shyam Kanu“ Song Video
Listen and Download Mp3 Song Of “শ্যাম কানু দূৰৈ “
- Gaana: http://bitly.ws/9Drc
- Download Mp3: http://bitly.ws/9Drg