চেনিমাই Senimai a Superhit Modern Bihu Assamese song by Neel Akash. Released in 2018. Featured By Neel Akash & Aimee.

“চেনিমাই” Song Info
➤ Singer: Neel Akash | |
➤ Lyrics: Sarat Mech, Kussum Kailash, Neel & Ridip | |
➤ Music: Ujjwal Aarong | |
➤ Director: Ashim Gogoi | |
“Senimai” Song Lyrics
অ,,,, হ…. অ,,,, হ…
অ,,,, হ… অ,,,, হ…
অ,,, হ.. ঐ
চেনি চেনি চেনি চেনিমাই
বিহুতলীত তোমাক দেখা পায়
কাষে চাপি গ’লো যে
মৰম লাগি তোমাৰে
ধুনীয়া মুখ খনি চাই চাই
এ.. চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ল’লা ঠাই
মিচিঁকিয়াই হাঁহিলে
লাহি কঁকাল ভাঙিলে
আমনি নালাগে চাই চাই
এ ভয়ো লাগে ভালো লাগে
ধিপিং ধিপিং কলিজা কঁপে
মৰম লাগে চেনেহ লাগে
তোমাক দেখি পিৰিতি জাগে
চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ল’লা ঠাই ঐ…
হে… সোনালী ধা…. ননী
চালে চকু ৰোৱা
চালে চকু ৰোৱা
দেখি ভালে লাগি যায়
এ তোমাৰে হাঁ…. হিতি
ইমান যে ধুনীয়া
ইমান যে ধুনীয়া
দেখি ভালে লাগি যায়
অ,, অ,, অ
ভয়ো লাগে ভালো লাগে
ধিপিং ধিপিং কলিজা কঁপে
মৰম লাগে চেনেহ লাগে
তোমাক দেখি পিৰিতি জাগে
চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ল’লা ঠাই ঐ…
অ,, হ.. বহুতৰ মাজতে….
মোৰে জান মোৰে জান
ল’লো বাছি তোমাক
মোৰে জান মোৰে জান
তুমি বা কোৱা কি…???
মোৰে জান
নে কৰিবা অভিমান…!
তোমাক বুজি পোৱা
তোমাক বুজি পোৱাই টান..
অ,, ঔ,, অ
ভয়ো লাগে ভালো লাগে
ধিপিং ধিপিং কলিজা কঁপে
মৰম লাগে চেনেহ লাগে
তোমাক দেখি পিৰিতি জাগে
চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ল’লা ঠাই
মিচিঁকিয়াই হাঁহিলে
লাহি কঁকাল ভাঙিলে
আমনি নালাগে চাই চাই
আমনি নালাগে চাই চাই আমনি নালাগে চাই চাই ঐ……
“Senimai” Song Video
Listen Mp3 Song of চেনিমাই:
- Gaana: http://bitly.ws/9BEV
- Download Mp3: http://bitly.ws/9BEZ