Seni Lyrics in Assamese. A new Assamese Rap song by Kool D. Released recently. Kool Deep is an Assamese rapper youth, who is gaining popularity in Assam. Enjoy the new Assamese Rap song lyrics.

Song Info
Song: Seni Lyrics
Singer /Rapper : Kool D ( Kuldeep)
Music Production: Hamazik
Mix and Mastering: Notxofa
Listen & New Assamese Rap Song Download
- Seni Kool D 2:55
Seni Lyrics Assamese Rap Song
কোনে খালে চেনি আৰু কোনে গুৰ খালে
পিঠা গুৰি ভীমকল খাই অলপ জোৰ পালে
খোৱা বোৱা পিছত হ’ব চোৱা অলপ মোৰ ফালে
ধেমালিতে কোৱা কথা গৈ বহু দূৰ পালে
কোনে খালে চেনি আৰু কোনে গুৰ খালে
পিঠা গুৰি ভীমকল খাই অলপ জোৰ পালে
খোৱা বোৱা পিছত হ’ব চোৱা অলপ মোৰ ফালে
ধেমালিতে কোৱা কথা গৈ বহু দূৰ পালে
ধোৱা ধোৱা চাৰিওফালে কোনে খালে চিগাৰেট
সৰু সৰু মইনা হোষ্টেলৰ লিভাৰেট
হাওঁফাওঁ জুই লাগিল হাত ঢাঙিল লিভাৰে
হাওঁফাওঁ বুলি ভাবি পানি পৰিল জিভাৰে
সিপাৰে সি ৰঙা নদীৰ পাৰত
জুইফুয়ে হাত ভৰি ৰঙা পৰিল জাৰত
মায়ে আহি চৰ দিলে ৰঙা পৰি গালত
মদ খাই ল’ৰা বোলে ধৰা পৰিল বাৰত