Sarabiddho Lyrics. A beautiful Assamese song by Raaj J Konwar. Lyrics of this song are written by Prabhas Dutta. Enjoy the Lyrics of the Assamese song..

Audio Credits
Song- Sarabiddho Lyrics
Singer- Raaj J Konwar
Lyrics- Prabhas Dutta
Composition,Music: Arup Dutta
Music Lebel: Dhwani Records
Listen & Assamese song Free Download
- Sarabiddho Raaj J Konwar 3:20
Sarabiddho Lyrics Assamese Song
সৌ এজাক শিশুৰ ক্ৰন্দন শুনি
মানৱতাৰ সংজ্ঞা বিচাৰি
মোৰো মন হল যাযাবৰী
জীৱনৰ ঠিকনা বিচাৰি
সেউজবিহীন এই পৃথিৱী
উশাহ হোৱাৰ পণ কৰি
সমাজতে বিভীষিকা ক্লান্ত অপৰাহ্ন
বেহুৰ মাজত সকলোৱেই
আজি শৰবিদ্ধ…
দেখিও সকলো মৌন
নিজতেই সকলো মগ্ন
আজি ও নপৰে অন্ত
বিবেকৰ এই যুদ্ধ
কৰিব নোৱাৰি শান্ত
অবাধ অগ্নিৰ অস্ত্র
হেপাহৰ অবুজ স্ৱপ্ন
বিচাৰি বিচাৰি ক্লান্ত
এই আন্ধাৰত পোহৰ বিচাৰি
লিখিবলৈ নতুন জীৱনী
সমাজৰ এই সঁচা কাহিনী
জগাও মই সুপ্ত ধৰনীক
প্ৰতিখোজত অজি হতাশা
কোনে দিব সেই ভৰসা
সমাজতে বিভিষিকা ক্লান্ত অপৰাহ্ন
বেহুৰ মাজত সকলোৱেই
আজি শৰবিদ্ধ…
দেখিও সকলো মৌন
নিজতেই সকলো মগ্ন
আজি ও নপৰে অন্ত
বিবেকৰ এই যুদ্ধ
কৰিব নোৱাৰি শান্ত
অবাধ অগ্নিৰ অস্ত্র
হেপাহৰ অবুজ স্ৱপ্ন
বিচাৰি বিচাৰি ক্লান্ত
Sarabiddho New Assamese Video Song
Also Check