ৰুক্সানা Rukshana A beautiful Assamese romantic song by Neel Akash & Arundhati Bhanupriya. Released in 2020. Featured by Pannchi Priya& Kamal Lochan.
Rukshana Song Info
➤ Singer: | Neel Akash & Arundhati Bhanupriya |
➤ Lyrics: | Prachurjya Talukdar |
➤ Music: | Palash Surya Gogoi |
Rukshana Song Lyrics
( এপাহ গোলাপ প্ৰেমৰে
ফুলে কেনিবা নিৰবে ) 2
কি যে কাহিনী মৰমৰ
কি যে হাহিঁটি আদৰৰ
বুজাও নুবুজাও ভাবেৰে
কৈ যায় তোমাৰেই নাম
প্ৰণয়ৰে আৱেগে
লিখি যায় তোমাৰেই নাম
( ৰুক্সানা তুমি ৰুক্সানা) ২
সাবটি লৈ হেপাহঁ
তুমি হোৱা মোৰ উশাহ
বাগৰি গৈ নিশা
সেন্দুৰী ৰহণ সনা
বুজো আজি মইয়ো তোমাকে
দিলো জানা নিজক তোমালে
আলসুৱা কোলাত প্ৰেমৰে
তুলিছে বুকুত সঘনে
আপোন হলো সাহস দিলো
বাটে বাটে দুয়ো দুয়োকে
বুজা নুবুজা ভাবেৰে
কৈ যায় তোমাৰেই নাম
প্ৰণয়ৰে আৱেগে
লিখি যায় তোমাৰেই নাম
ৰুক্সানা….তুমি ৰুক্সানা
ৰুক্সানা….মই ৰুক্সানা
ৰুক্সানা….তুমিয়েই ৰুক্সানা
ৰুক্সানা….মইয়েই ৰুক্সানা
ৰুক্সানা….মোৰেই ৰুক্সানা
ৰুক্সানা
তোমাৰেই ৰুক্সানা
ৰুক্সানা Song Video
Listen and Download Mp3 Song Of ৰুক্সানা
- Gaana: http://gestyy.com/etnuHO
- Youtube Music: http://gestyy.com/etnuBV
Also Check: