Assamese Song Lyrics – ৰং বিৰং – Rong Birong by Deeplina Deka. Rong Birong is an amazing Romantic song. Music given by Pranoy Dutta The lyrics of the song is written by Rajdweep. Also, Listen to Deeplina’S Previous Hit BHOBAI NASILU.

“ ৰং বিৰং ” Song Info
➤ Singer: Deeplina Deka |
➤ Lyrics: Rajdweep. |
➤ Music: Pranoy Dutta |
➤ Mix/Master : Diganta Bordoloi |
“Rong Birong” Song Lyrics
জিয়া জিয়া জিয়া মৰম
মৰমেৰে জীৱন আকুল
জীৱনৰে বাটে বাটে
সপোনৰ লুকা ভাকু
ৰিমি ৰিমি ঝিমি বাজে সুৰ
বিয়পে বুকুলে আজি মোৰ
দিশে দিশে নতুন পোহৰত
এন্ধাৰ আজি বহুজে দূৰ
( ৰং বিৰং সপোন আমাৰ
ৰং বিৰং আশাবোৰ
ৰং বিৰং উলাহ আমাৰ
ৰঙীণ ৰঙীণ হাঁহিবোৰ ) x২
মুকলি মনৰ আকাশ
শেৱালি ফুলি থাকে তাত ডাৱৰ হৈ
হেঁপাহৰ সৰু সৰু টুকুৰা
মোৰে নো
উশাহতে নো থাকে বৈ
( ৰঙে ৰঙে মিলি
সজালে পৃথিৱী
শুৱনি প্ৰতিটো ক্ষণ
আবেগৰে বৰণ
উজ্বলিয়া জীৱন
উৰো উৰো লাগে মন ) x২
( ৰং বিৰং সপোন আমাৰ
ৰং বিৰং আশাবোৰ
ৰং বিৰং উলাহ আমাৰ
ৰঙীণ ৰঙীণ হাঁহিবোৰ ) x২
মুকলি মনৰ আকাশ
শেৱালি ফুলি থাকে তাত ডাৱৰ হৈ
হেঁপাহৰ সৰু সৰু টুকুৰা
মোৰে নো
উশাহতে নো থাকে বৈ
( ৰং বিৰং সপোন আমাৰ
ৰং বিৰং আশাবোৰ
ৰং বিৰং উলাহ আমাৰ
ৰঙীণ ৰঙীণ হাঁহিবোৰ ) x২
“ৰং বিৰং” Song Video
Listen and Download Mp3 Song Of ৰং বিৰং 👇👇
- Direct Download Mp3: http://bitly.ws/aGfB