Rong Birong Lyrics in Assamese-Song By Deeplina Deka

Application Launched/Get It Now For Free

Assamese Song Lyrics – ৰং বিৰং – Rong Birong by Deeplina Deka. Rong Birong is an amazing Romantic song. Music given by Pranoy Dutta The lyrics of the song is written by Rajdweep. Also, Listen to Deeplina’S Previous Hit BHOBAI NASILU.

Rong Birong Lyrics in Assamese

ৰং বিৰং ” Song Info

Singer: Deeplina Deka
Lyrics: Rajdweep.
Music: Pranoy Dutta
Mix/Master : Diganta Bordoloi

“Rong Birong” Song Lyrics

জিয়া জিয়া জিয়া মৰম

মৰমেৰে জীৱন আকুল

জীৱনৰে বাটে বাটে

সপোনৰ লুকা ভাকু

ৰিমি ৰিমি ঝিমি বাজে সুৰ

বিয়পে বুকুলে আজি মোৰ

দিশে দিশে নতুন পোহৰত

এন্ধাৰ আজি বহুজে দূৰ

ৰং বিৰং সপোন আমাৰ

ৰং বিৰং আশাবোৰ

ৰং বিৰং উলাহ আমাৰ

ৰঙীণ ৰঙীণ হাঁহিবোৰ ) x

মুকলি মনৰ আকাশ

শেৱালি ফুলি থাকে তাত ডাৱৰ হৈ

হেঁপাহৰ সৰু সৰু টুকুৰা

মোৰে নো

উশাহতে নো থাকে বৈ

ৰঙে ৰঙে মিলি

সজালে পৃথিৱী

শুৱনি প্ৰতিটো ক্ষণ

আবেগৰে বৰণ

উজ্বলিয়া জীৱন

উৰো উৰো লাগে মন ) x

ৰং বিৰং সপোন আমাৰ

ৰং বিৰং আশাবোৰ

ৰং বিৰং উলাহ আমাৰ

ৰঙীণ ৰঙীণ হাঁহিবোৰ ) x

মুকলি মনৰ আকাশ

শেৱালি ফুলি থাকে তাত ডাৱৰ হৈ

হেঁপাহৰ সৰু সৰু টুকুৰা

মোৰে নো

উশাহতে নো থাকে বৈ

ৰং বিৰং সপোন আমাৰ

ৰং বিৰং আশাবোৰ

ৰং বিৰং উলাহ আমাৰ

ৰঙীণ ৰঙীণ হাঁহিবোৰ ) x

ৰং বিৰং” Song Video

Listen and Download Mp3 Song Of ৰং বিৰং 👇👇

Categories

error: Content is protected !!