আকাশে দিয়া ৰ’দৰে চিঠি Aakase Dia Rodor Sithi a sad Assamese song by singer Zubeen Garg. From the album ৰ’দৰ চিঠি released in 2014. Directed by Baharul Islam. Featured by Zubeen Garg, Angaraag Mahanta, Bhagirathi, and Adil Hussain in the lead roles.
Listen & Assamese song Free Download
- Aakase Dia Rodor Sithi Zubeen Garg 5:34
“Rodor Sithi” Song Lyrics
আকাশে দিয়া ৰ’দৰে চিঠি
মাটিয়ে জানা ল’লে সাৱটি, পোহৰৰ চিঁয়াহী পৰিছে ছিটিকি আকাশে দিয়া ৰ’দৰে চিঠি মাটিয়ে জানা ল’লে সাৱটি।।
গছৰে ছায়াতে জীৱনে জিৰালে
বিনিময় গছে জানা দিবতো নাজানে,
আজি যে মানুহে প্ৰতিটো খোজতে
হাবাথুৰি খায়ো কিয় নিজকে বিছাৰে?
সঁপি দিয়া নিজকে আনৰ কাৰণে
বৈ যোৱা নদীৰ দৰে লহৰে লহৰে
আকাশে দিয়া ৰ’দৰে চিঠি,
মাটিয়ে জানা ল’লে সাৱটি
পোহৰৰ চিঁয়াহী পৰিছে ছিটিকি
আকাশে দিয়া ৰ’দৰে চিঠি মাটিয়ে জানা ল’লে সাৱটি।।
“Rodor Sithi” Song Video
Listen and Download Mp3 Song Of “ৰ’দৰ চিঠি“
- Wynk: http://bitly.ws/9Mg4
- Gaana: http://bitly.ws/9Mg2
- Jio Savan: http://bitly.ws/9Mg3
- Youtube Music: http://bitly.ws/9Mg8
- Download Mp3: http://bitly.ws/9Mg7