ৰ’দৰ চিঠি Rodor Sithi Lyrics in Assamese-Song By Zubeen Garg

Application Launched/Get It Now For Free

আকাশে দিয়া ৰ’দৰে চিঠি Aakase Dia Rodor Sithi a sad Assamese song by singer Zubeen Garg. From the album ৰ’দৰ চিঠি released in 2014. Directed by Baharul Islam. Featured by Zubeen GargAngaraag Mahanta, Bhagirathi, and Adil Hussain in the lead roles.

Rodor Sithi lyrics

Listen & Assamese song Free Download

  1. Aakase Dia Rodor Sithi Zubeen Garg 5:34

Download Here

“Rodor Sithi” Song Lyrics

আকাশে দিয়া ৰ’দৰে চিঠি

মাটিয়ে জানা ল’লে সাৱটি, পোহৰৰ চিঁয়াহী পৰিছে ছিটিকি আকাশে দিয়া ৰ’দৰে চিঠি মাটিয়ে জানা ল’লে সাৱটি।।

গছৰে ছায়াতে জীৱনে জিৰালে
বিনিময় গছে জানা দিবতো নাজানে,
আজি যে মানুহে প্ৰতিটো খোজতে
হাবাথুৰি খায়ো কিয় নিজকে বিছাৰে?

সঁপি দিয়া নিজকে আনৰ কাৰণে

বৈ যোৱা নদীৰ দৰে লহৰে লহৰে
আকাশে দিয়া ৰ’দৰে চিঠি,
মাটিয়ে জানা ল’লে সাৱটি
পোহৰৰ চিঁয়াহী পৰিছে ছিটিকি

আকাশে দিয়া ৰ’দৰে চিঠি মাটিয়ে জানা ল’লে সাৱটি।।

Rodor Sithi” Song Video

Listen and Download Mp3 Song Of “ৰ’দৰ চিঠি

Categories

error: Content is protected !!