ৰ’দ হৈ আহা Rod Hoi Aha Tumi Lyrics in Assamese-Song By Papon

Application Launched/Get It Now For Free

ৰ’দ হৈ আহা তুমি Rod Hoi Aha Tumi a beautiful Assamese song by Angaraag Mahanta(PAPON). From the Movie ৰ’দ হৈ আহা তুমি.

Rod hoi aha tumi lyrics

ৰ’দ হৈ আহা” Song Info

➤ Singer: PAPON
➤ Lyrics: RAJDWEEP
➤ Music: PORAN (JOJO)
➤ Movie: ৰ’দ হৈ আহা তুমি

“Rod Hoi Aha Tumi” Song Lyrics

চকুতে চকু পৰিলে মন কেনি যায়?

আলফুল আবেলি মোৰ ভাবনতে কমি যায়

আঁকি আঁকি সপোনৰে কবিতা

দুচকুত ফুলি উঠে হেপাহৰে বাগিছা

অণু পৰমাণু হৈ মৰম বিয়পিছে মন কোঠালিতে

তোমাৰে আশাত মুকলি হৃদয়ৰে খিৰিকী

ৰ’দ হৈ আহা তুমি

বুকোতে মোৰ ৰ’দ দিয়ানা খিচি

ৰ’দ হৈ আহা তুমি

বুকোতে মোৰ ৰ’দ দিয়ানা সিছি

বিকল ঘড়ীৰ কাটাৰ দৰে আছিল জীৱন

তোমাৰ আঙুলিৰে পৰশ চেকুৰে মন

অজুহাত সপোনৰ যেন তুমিয়েই মাথোঁ

টুকুৰা টুকুৰ হৈ মই তোমাকেই গঢ়ো

অণু পৰমাণু হৈ মৰম বিয়পিছে মন কোঠালিতে

তোমাৰে আশাত মুকলি হৃদয়ৰে খিৰিকী

ৰ’দ হৈ আহা তুমি

বুকোতে মোৰ ৰ’দ দিয়ানা খিচি

ৰ’দ হৈ আহা তুমি

বুকোতে মোৰ ৰ’দ দিয়ানা সিছি

উখল মাখল মনৰ চিন্তাত আহিবা তুমি

অ’তদিনে নহা বেলি মাৰে ভুমুকি

উসাহৰ আলিবাত মোৰ তোমাৰেই প্ৰণয়

এই চহৰ এই যে ধিৰ তুমি তুমিয়েই সময়

অণু পৰমাণু হৈ মৰম বিয়পিছে মন কোঠালিতে

তোমাৰে আশাত মুকলি হৃদয়ৰে খিৰিকী

ৰ’দ হৈ আহা তুমি

বুকোতে মোৰ ৰ’দ দিয়ানা সিচি

ৰ’দ হৈ আহা তুমি

বুকোতে মোৰ ৰ’দ দিয়ানা সিছি।।

Rod Hoi Aha Tumi” Song Video

Listen and Download Mp3 Song Of “ৰ’দ হৈ আহা তুমি

Categories

error: Content is protected !!