ৰ’দ হৈ আহা তুমি Rod Hoi Aha Tumi a beautiful Assamese song by Angaraag Mahanta(PAPON). From the Movie ৰ’দ হৈ আহা তুমি.

“ৰ’দ হৈ আহা” Song Info
➤ Singer: PAPON |
➤ Lyrics: RAJDWEEP |
➤ Music: PORAN (JOJO) |
➤ Movie: ৰ’দ হৈ আহা তুমি |
“Rod Hoi Aha Tumi” Song Lyrics
চকুতে চকু পৰিলে মন কেনি যায়?
আলফুল আবেলি মোৰ ভাবনতে কমি যায়
আঁকি আঁকি সপোনৰে কবিতা
দুচকুত ফুলি উঠে হেপাহৰে বাগিছা
অণু পৰমাণু হৈ মৰম বিয়পিছে মন কোঠালিতে
তোমাৰে আশাত মুকলি হৃদয়ৰে খিৰিকী
ৰ’দ হৈ আহা তুমি
বুকোতে মোৰ ৰ’দ দিয়ানা খিচি
ৰ’দ হৈ আহা তুমি
বুকোতে মোৰ ৰ’দ দিয়ানা সিছি
বিকল ঘড়ীৰ কাটাৰ দৰে আছিল জীৱন
তোমাৰ আঙুলিৰে পৰশ চেকুৰে মন
অজুহাত সপোনৰ যেন তুমিয়েই মাথোঁ
টুকুৰা টুকুৰ হৈ মই তোমাকেই গঢ়ো
অণু পৰমাণু হৈ মৰম বিয়পিছে মন কোঠালিতে
তোমাৰে আশাত মুকলি হৃদয়ৰে খিৰিকী
ৰ’দ হৈ আহা তুমি
বুকোতে মোৰ ৰ’দ দিয়ানা খিচি
ৰ’দ হৈ আহা তুমি
বুকোতে মোৰ ৰ’দ দিয়ানা সিছি
উখল মাখল মনৰ চিন্তাত আহিবা তুমি
অ’তদিনে নহা বেলি মাৰে ভুমুকি
উসাহৰ আলিবাত মোৰ তোমাৰেই প্ৰণয়
এই চহৰ এই যে ধিৰ তুমি তুমিয়েই সময়
অণু পৰমাণু হৈ মৰম বিয়পিছে মন কোঠালিতে
তোমাৰে আশাত মুকলি হৃদয়ৰে খিৰিকী
ৰ’দ হৈ আহা তুমি
বুকোতে মোৰ ৰ’দ দিয়ানা সিচি
ৰ’দ হৈ আহা তুমি
বুকোতে মোৰ ৰ’দ দিয়ানা সিছি…।।
“Rod Hoi Aha Tumi” Song Video
Listen and Download Mp3 Song Of “ৰ’দ হৈ আহা তুমি“
- Hungama: http://bitly.ws/9MDQ
- Jio Savan: http://bitly.ws/9MDR
- Youtube Music: http://bitly.ws/9MDT
- Download Mp3: http://bitly.ws/9MDU