প্ৰতিদিনে Protidine Tumi Lyrics in Assamese-Song By Papon

Application Launched/Get It Now For Free

প্ৰতিদিনে Protidine Tumi a Beautiful Assamese song by singer Angaraag Mahanta(PAPON). From the album ৰ’দৰ চিঠি released in 2014. Directed by Baharul Islam. Featured by Zubeen GargAngaraag Mahanta, Bhagirathi, and Adil Hussain in the lead roles.

Protidine Tumi lyrics papon

“Protidine Tumi” Song Lyrics

প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
জীৱন তুমি ৰহণীয়া ৰঙৰে বোল ।।
এপাহি হাহি এপাহি দুখ
তাৰেই সজাই তোলো মুখ
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
জীৱন তুমি ৰহণীয়া ৰঙৰে বোল।।

আকাশে গাতে ল’বৰে মন
সাগৰ তলিত শুৱৰে মন
মনৰ চিলা উৰুৱাই জীৱনে ।।
সোণালী হৈ থাকক তোমাৰে মোৰে সময়
বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময়

হৃদয় কপোৱা গান এটি
পোৱা নোপোৱাৰ সুৰ এটি
তাতেই হেৰাই ছন্দ মোৰ হয়তো বা ।।
তথাপি সপোনৰ সপোনৰে দিঠকত
তোমাক আদৰো সেন্দুৰীয়া বাটত।।



“Protidine Tumi” Song Video

Listen and Download Mp3 Song Of “প্ৰতিদিনে

Categories

error: Content is protected !!