প্ৰথম মৰমে Prothom Morome Jodi Lyrics in Assamese-Song By Bhupen Hazarika

Application Launched/Get It Now For Free

প্ৰথম মৰমে Prothom Morome Jodi Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.

Prothom Morome Jodi

Prothom Morome Jodi” Song Lyrics

প্ৰথম মৰমে যদি সহাৰি নেপায়
ভালপোৱা কিয় জানো
মৰহি যায়,
এখন হিয়া আৰু এখন হিয়াই
মিলিলেহে মৰমে পূৰ্ণতা পায়।।

যৌৱন প্ৰভাতী বেলাতে
তোমাক দেখিছিলো হঠাতে
প্ৰথম চাৱনিতে কিযে হʼল
তুমি জানো গমকে পোৱা নাই।।
শৈশৱ পাৰ হৈ কৈশোৰ আহিল
কৈশোৰ পাৰ হৈ যৌৱন আহিল
যৌৱনে আমনি নকৰা হʼলে
নেচালোহেতেন তোমাৰ ফালে,
ই নহয় মাথো কামনা
তুমি মোৰ জীৱনৰ সাধনা
আজীৱন তুমি মই সুখী হʼম
তুমি জানো গমকে পোৱা নাই।।

প্ৰথম মৰমে যদি” Mp3 Song Video

Listen and Download Mp3 Song Of “প্ৰথম মৰমে যদি

Categories

error: Content is protected !!