পাৰিবানে পূৰাব Paribane Purabo Tumi Lyrics in Assamese-Song By Papon

Application Launched/Get It Now For Free

পাৰিবানে পূৰাব তুমি Paribane Purabo Tumi Lyrics. A beautiful Assamese song by Angaraag Mahanta(PAPON). From the album নিয়ৰৰ গধুলি.

Paribane Purabo Tumi  Lyrics in Assamese

পাৰিবানে পূৰাব তুমি” Song Info

➤ Singer: Angaraag Mahanta(PAPON)
➤ Album: নিয়ৰৰ গধুলি

পাৰিবানে পূৰাব তুমি” Song Lyrics

পাৰিবানে পূৰাব তুমি

বগা চাদৰ উকা কপাল

পাৰিবানে পূৰাব তুমি

ভঙা হিয়া উদং কোলা

পাৰিবানে.. পাৰিবানে কোৱা ?

দিব চকুলো মচি

যদি পাৰা জীৱন দিয়া

দিব শান্তি-সুখ আনি

পাৰা যদি হাঁহি দিয়া

পাৰিবানে..।।

কোন তুমি, তুমি কি বিছৰা ?

নিৰপৰাধ শিশুৰ কোৱা কি অপৰাধ

কোৱানা কোৱানা!

দেখি-শুনি আজি চকু কিয় মুদা

ন্য়ায় দিব কোনে, দুহাত কিয় বন্ধা

ৰজা-মন্ত্ৰী খেল মাঁথো..

শেষ নহয় কাৰো সপোন 

টকা-পইচা আহে মাঁথো

আমি নহয় কাৰো আপোন..।।

পাৰিবানে পূৰাব তুমি

বগা চাদৰ উকা কপাল

পাৰিবানে পূৰাব তুমি

ভঙা হিয়া উদং কোলা

পাৰিবানে, পাৰিবানে কোৱা

দিব চকুলো মচি

যদি পাৰা জীৱন দিয়া

দিব শান্তি-সুখ আনি

পাৰা যদি হাঁহি দিয়া

পাৰিবানে..।।

পাৰিবানে পূৰাব তুমি” Song Video

Listen and Download Mp3 Song Of “পাৰিবানে👇👇

Categories

error: Content is protected !!