Para Jodi Huwana Mur(পাৰা যদি হোৱানা মোৰ ) A beautiful Assamese song by Achurjya Borpatra.Released in 2020.Below are the Lyrics of the song.
“ পাৰা যদি হোৱানা মোৰ” Song Info
➤ Singer: Achurjya Borpatra |
➤ Lyrics: Mrityunjay Kakati |
➤ Music: Dhruv Thakuria |
“ Para Jodi Huwana Mur ” Song Lyrics
মনে মনে আহি দুচকুৰে খেলি
কিনো ক’লা মোক আজি
ধীৰে ধীৰে দেখো হৃদয়তে মোৰ
বাঢ়ে মৰম আজি
পাৰা যদি হোৱানা মোৰ
সিৰে সিৰে বোৱাহি চোন
খালি ৰাখিছোঁ কলিজাৰ এচুক
নোৱাৰিলে নকৰো জোৰ
সামৰিম সপোনবোৰ
নহবা তুমি মাথো দূৰ
মনে মনে আহি . . .
বাঢ়ে মৰম আজি ৷
(কেতিয়াবা নিজানতে থমকি ৰঁও
বতাহতো প্ৰণয়ৰে চিনাকি ঢৌ ). . ×2
(সপোন দেখো অযুত
নিথৰ গোপন বুকুত ). .×2
অজানিতে এটি সুৰ নিগৰে চোন
হৃদয়তে বাজে মোৰ ৰুণজুন
ৰুণজুন . . .
পাৰা যদি হোৱানা মোৰ
সিৰে সিৰে বোৱাহি চোন
পাৰা যদি . . .
নহবা তুমি মাথো দূৰ ,
মনে মনে আহি . . .
বাঢ়ে মৰম আজি ৷
” পাৰা যদি হোৱানা মোৰ ” Song Video
Listen and Download Mp3 Song Of 👇 পাৰা যদি হোৱানা মোৰ 👇
- Wynk: http://bitly.ws/aGZV
- Spotify: http://bitly.ws/aGZX
- Gaana: http://bitly.ws/aH23
- Jio Savan: http://bitly.ws/aGZW
- Direct Download Mp3: http://bitly.ws/aH22
Is it okay if I ask you to clear up some misconceptions? Perhaps give any further example? Thanks!
Ya, Sure. Go ahead.