Para Jodi Huwana Mur Lyrics in Assamese-Song By Achurjya Borpatra

Application Launched/Get It Now For Free

Para Jodi Huwana Mur(পাৰা যদি হোৱানা মোৰ ) A beautiful Assamese song by Achurjya Borpatra.Released in 2020.Below are the Lyrics of the song.

Para Jodi Huwana Mur Lyrics in Assamese

পাৰা যদি হোৱানা মোৰ” Song Info

  Singer: Achurjya Borpatra
Lyrics: Mrityunjay Kakati 
Music: Dhruv Thakuria 

Para Jodi Huwana Mur ” Song Lyrics

মনে মনে আহি দুচকুৰে খেলি

কিনো লা মোক আজি

ধীৰে ধীৰে দেখো হৃদয়তে মোৰ

বাঢ়ে মৰম আজি 

পাৰা যদি হোৱানা মোৰ 

সিৰে সিৰে বোৱাহি চোন 

খালি ৰাখিছোঁ কলিজাৰ এচুক 

নোৱাৰিলে নকৰো জোৰ

সামৰিম সপোনবোৰ

নহবা তুমি মাথো দূৰ 

মনে মনে আহি . . . 

বাঢ়ে মৰম আজি

(কেতিয়াবা নিজানতে থমকি ৰঁও

বতাহতো প্ৰণয়ৰে চিনাকি ঢৌ ). . ×2

(সপোন দেখো অযুত

নিথৰ গোপন বুকুত ). .×2

অজানিতে এটি সুৰ নিগৰে চোন

হৃদয়তে বাজে মোৰ ৰুণজুন

ৰুণজুন . . .

পাৰা যদি হোৱানা মোৰ

সিৰে সিৰে বোৱাহি চোন 

পাৰা যদি . . .

নহবা তুমি মাথো দূৰ ,

মনে মনে আহি . . .

বাঢ়ে মৰম আজি

” পাৰা যদি হোৱানা মোৰ ” Song Video

Listen and Download Mp3 Song Of 👇 পাৰা যদি হোৱানা মোৰ 👇

2 COMMENTS

Comments are closed.

Categories

error: Content is protected !!