Pahoroni Lyrics In Assamese. New Assamese song by Tridip Kalita you must Listen. The Lyrics of this song are written by Tridip Kalita himself. enjoy the Assamese song Lyrics In the Assamese Language.

Audio Credits
Song: Pahoroni Lyrics
Singer/Composition: Tridip Kalita
Music/Mix mastering:Bibhuti Bhusan Kalita(Kingshyne)
Lyrics:Tridip kalita
Listen & New Assamese Song Download
- Pahoroni Pahoroni - Tridip Kalita
👇Click Here to Download Mp3👇
Pahoroni Lyrics Assamese Song
মই লাহে লাহে নামি অহা এটি সন্ধিয়া
তুমি পুৱাৰে ৰঙালী ৰদালি
মই কাণে কাণে ক’ব খুজোঁ এটি কবিতা
আহানা এবাৰ শুনাহি
মই লাহে লাহে নামি অহা এটি সন্ধিয়া
তুমি পুৱাৰে ৰঙালী ৰদালি
মই কাণে কাণে ক’ব খুজোঁ এটি কবিতা
আহানা এবাৰ শুনাহি
হৃদয় অৰণ্য জ্বলি পুৰি ছাৰ খাৰ
প্ৰণয় নদীৰ নাই কোনো পাৰা পাৰ
এবাৰ আহি চোৱাছোন তুমি
মনৰে হেঁপাহ তুমি
বুকুৰে উশাহ তুমি
পাহৰণিৰ সোততে থকা এটি নাম তুমি
মনৰে হেঁপাহ তুমি
বুকুৰে উশাহ তুমি
পাহৰণিৰ সোততে থকা এটি নাম তুমি
তুমি যোৱা বাটেৰে অহা যোৱা কৰোঁ
দুচকুৱে তোমাৰ সপোনবোৰ আকো
হৃদয়ৰ এটি গোপন কোঠালীত
তোমাৰ স্মৃতিবোৰ সামৰি ৰাখো
মোৰ সুপ্ত নয়নে
হঠাৎ আজি সাৰ পাই বিচাৰে তোমাক
তুমি কাষত নাই
এবাৰ কাষত ৰোৱাছোন তুমি
মনৰে হেঁপাহ তুমি
বুকুৰে উশাহ তুমি
পাহৰণিৰ সোততে থকা এটি নাম তুমি
মনৰে হেঁপাহ তুমি
বুকুৰে উশাহ তুমি
পাহৰণিৰ সোততে থকা এটি নাম তুমি
Pahoroni New Assamese Video Song
Papon Assamese Song Lyrics
Xobdo Bohu Dinor Lyrics In Assamese
Tomar Kotha Bhabilei Jana Lyrics