পাহি মেলি Pahi Meli Assamese Lyrics- Song By Neel Akash

Application Launched/Get It Now For Free

Pahi Meli an Assamese song by Neel Akash, from the Movie Goru. Directed by Himanshu Prashad Das. Below are the Assamese lyrics of the song.

Pahi Meli Assamese Lyrics

পাহি মেলি” Song Info

➤ Singer:Neel Akash
Lyrics:Danish
Music:Tarali Sharma
Music Label: Dhwani Records

Pahi Meli Song Lyrics

পাহি মেলি  জীয়া পৃথিবী 

প্ৰনয়ৰে এই পুৱাটি 

কাষতে বিচাৰি তোমাকে

বলিয়া হিয়াই 

ভাৱ্নাতে তুমি দালি  

ৰঙা নিলা মনে মোৰ আজি 

বহুতে তোমাৰ পৰশে 

দূৰনিলে লৈ যায় 

সোঁৱেবাঁৱে চকুযুৰি

এটি সপোন সাজেঁ দেখি 

আৰু দিঠকতে বহু বাটেঘাটে 

তুমি অনুভূতি মোৰ 

সকলো ৰঙীন পোহৰতে ময়ো বিলীন  

চুচুক চামাক এটি হাঁহি  

ধীৰেধীৰে চাৱ্নিতে প্ৰেমতে মগন 

এই জীৱ্নৰে তুমি জোনাকী

বাগৰিবাগৰি ক্ষনবোৰে এপলক জিৰায় 

তোমাকে পুৱাৰ অজুহাতো অজানিতে পায় 

চিনাকি মনৰে অভিমানী

খিৰিকিৰে জুমি চায় 

কিজানিবা মিঠা সুৰ এটি ভাঁহে 

ৰিঙিয়াই সময়ে চোন 

উশাহৰে গুন গুন 

ভাগৰৰে ঠেহবোৰ 

ৰাতিৰ বৰষুন

সকলো ৰঙীন পোহৰতে ময়ো বিলিন 

চুচুক চামাক এটি হাঁহি  

ধীৰেধীৰে চাৱ্নিতে প্ৰেমতে মগন 

এই জীৱ্নৰে তুমি জোনাকী

পাহি মেলি Song Video

Listen and Download Mp3 Song Of পাহি মেলি

Categories

error: Content is protected !!