Osinaki Lyrics in Assamese- Nandan C Baruah

Application Launched/Get It Now For Free

Osinaki Lyrics. A beautiful Assamese Song released recently. Sung by Nandan C Baruah. Lyrics of this song written by Nandan C Baruah and composed by himself. Enjoy the New Assamese song Lyrics.

osinaki-lyrics-in-assamese-nandan-c-baruah

Audio Credits:
Song- Osinaki Lyrics
Composition /Lyrics /Arrangement: Nandan C Baruah
Vocals: Nandan C Baruah
Music: Nandan X ZEU5
Studios – B- Type (Digboi, Tinsukia)

Listen & Assamese song Free Download

  1. Osinaki Nandan C Baruah 4:51

👇Click Here to Download Mp3👇

Osinaki Lyrics Assamese Song

অচিনাকী পক্ষী জাকে
সুৰৰ অৱেগ সানিলে
মতলীয়া হ্ৰিদয়ৰ কোনে
তোমাকে বিচাৰে,
অচিনাকী পক্ষী জাকে
সুৰৰ অৱেগ সানিলে
মতলীয়া হ্ৰিদয়ৰ কোনে
তোমাকে বিচাৰে।

অ বতাহো বৈ যায়
গোপনে তাইৰ কাষলে
অ সপোন ৰৈ যায়
তাইৰ প্ৰেমৰ সুবাস লবলে

মোৰ প্ৰতিটো গানৰ
সু্ৰৰ তুমি ভাষা
হয়তো বা তুমি মোৰ প্ৰত্য়াশা
মোৰ প্ৰতিটো গানৰ
সু্ৰৰ তুমি ভাষা
হয়তো বা তুমি মোৰ প্ৰত্য়াশা
উদাসী মোৰ জীৱনৰ
হোৱাতু তুমি মোৰ প্ৰেৰণা

সৰু সৰু ক্ষণ গনি মৰমে আৱৰো
তোমাক পোৱাৰ অনুভৱত
নিজকো পাহৰো
অ ফাগুন তই ৰৈ যা
একাজলি মৰম তাইৰ বাবে
বহুদুৰত ৰৈ অছে তাই
মোৰ প্ৰেমৰ সুবাস লবলে

Osinaki New Assamese Video Song

Also Check

New Released Assamese Songs

Categories

error: Content is protected !!