Ongkita Lyrics In Assamese- Shankuraj Konwar

Application Launched/Get It Now For Free

Ongkita Lyrics In Assamese. A beautiful Assamese song by Shankuraj Konwar. A new Released Assamese Song. The lyrics of this song are written by Maitrayee Patar. Enjoy the new Assamese song lyrics..

Ongkita Lyrics In Assamese- Shankuraj Konwar

Audio Credits:
Song- Ongkita Lyrics
Singer- Shankuraj Konwar
Lyrics- Maitrayee Patar
Composition,Music: Tonmoy Krypton
Music Lebel: Xurr Production

Listen & Assamese song Free Download

  1. Ongkita Shankuraj Konwar 4:50

👇Click Here to Download Mp3👇

Ongkita Lyrics Assamese Song

উকা দুচকুৰে আছুতিয়া বাটেৰে
শুকুলা এজাক ডাৱৰ নামে মই চমকো
কপাহি চাদৰৰ সেমেকা আচঁলখনে
মাতে আঁউসীতো জোনাকতে মই চমকো
উশাহৰে গহনা
তোমাৰে চবিতে আবিৰ সানো
গানতে তুমি অংকিতা
দুচকুত তোমাক আকো
উশাহৰে গহনা
তোমাৰে চবিতে আবিৰ সানো
গানতে তুমি অংকিতা
দুচকুত তোমাক আকো
তুমি দিলা দিলা দিলা ঠিকনা
অ’ অ’ জিয়া জিয়া জিয়া বাসনা
মোৰ হেঙুলিয়া মনে তুমাতে
পাৰে সেউজীয়া প্ৰেমৰ বতৰা।

দিলা দিলা দিলা ঠিকনা

দুৰনিৰে আকাশৰে জিলিকা তৰা
কাষৰতে আহি ৰ’লেহি মই চমকো
পৰশৰ ওমতে কি জানো মায়া সনা
উকা ৰাতিতে ফুলে কেতেকি মই চমকো
দুবাহুৰ প্ৰসাৰিলে
সৃষ্টিৰ আকুল হেপাহ নামে
উৰি যায় মন বল আকাশ
তোমাৰে সপোন আকে
তুমি প্ৰানৰ বৰষা,
সেউজী মাটিৰে সুবাস সনা
হিয়াৰে বসুন্ধৰা তোমাতেই মতলিয়া
তুমি দিলা দিলা দিলা ঠিকনা
অ’ অ’ জিয়া জিয়া জিয়া বাসনা
মোৰ হেঙুলিয়া মনে তুমাতে
পাৰে সেউজীয়া প্ৰেমৰ বতৰা।
দিলা দিলা দিলা ঠিকনা…..।

Ongkita New Assamese Video Song

Also Check

Categories

error: Content is protected !!