Ojanite Lyrics. A beautiful Assamese song by Neel Akash, Nikita Nizam Goswami released recently. Lyrics of this song are written by Arindam Das. Also check Moupiya Lyrics and Ongkita Lyrics in this website. Enjoy the Neel Akash Song Lyrics…

Audio Credits:
Song: Ojanite Lyrics
Singer – Neel Akash, Nikita Nizam Goswami
Music composed by Palash Gogoi
Lyrics – Arindam Das
Additional Lyrics – Jumpi Kalita
Listen & Assamese Mp3 song Download Free
- Ojanite Neel Akash
👇Click Here to Download Mp3👇
Ojanite Lyrics Assamese Song
অজানিতে দি গলাহি তুমি
ভাল পোৱা এপাহি দুপাহি
বুকুতে সামৰি লও আজি
তোমাকে অ’ সপোন প্ৰিয়াসী
দিয়া তুমি ৰঙ বাকি হৃদয়তে
সিচি দিয়া সপোন আকি পলকতে
পোহৰ হৈ নামি আহা ( মোৰ জীৱনলে )
পোহৰ হৈ নামি আহা ( মোৰ জীৱনলে )
আৱৰি আৱৰি মৰমে আৱৰি
ৰামধেনুৰ ৰঙেৰে উপচি সামৰি
শীৰে শীৰে বৈ প্ৰনয়ৰে নৈ
ভালপোৱা বুকুতে
উতনুৱা হৈ কলিজাতে ৰৈ
মিঠা মিঠা পৰশে
অজানিতে দি গলাহি তুমি
ভাল পোৱা এপাহি দুপাহি
উশাহে উশাহে তোমাকে সাৱতি
হেপাহৰ ৰঙেৰে আকিলো সেই ছবি
কানে কানে কৈ পখিলাটি হৈ
ৰৈ যোৱা কাষতে
তুমি ছায়া হৈ সিহৰন হৈ
চুই যোৱা দুগালতে
অজানিতে দি গলাহি তুমি
ভাল পোৱা এপাহি দুপাহি
লা লা লা লা
Ojanite New Assamese Video Song
More Assamese song Mp3
- Bhal Pabo Khuju Akou Ebar Lyrics- Prabin Borah
- Motoliya 2.0 Lyrics Sannidhya Bhuyan
- Moupiya Lyrics- Shankuraj Konwar