অ ছেং কি মৰম O Seng Lyrics-Assamese Song By Kussum Kailash & Nilakshi Neog

Application Launched/Get It Now For Free

অ ছেং কি মৰম O Seng Ki Moroma beautiful Assamese song By Kusum Kailash & Nilakshi Neog. From the Album মন মইনা, Released in 2020. Featured by Meghranjani & Kussum Kailash.

O seng Lyrics

“অ ছেং কি মৰম” Song Info

➤ Singer: Kusum Kailash & Nilakshi Neog
➤ Lyrics: Kussum Kailash & Luit Neel
➤ Music: Ujjwal Aarong
➤ Album: মন মইনা ২০২০
➤ Director: Ashim Gogoi

O Seng” Song Lyrics

অ ছেং কি মৰম লগালি ক

অ ছেং পগলা কৰিলি ক

অ ছেং কি মৰম লগালি ক

অ ছেং পগলা কৰিলি ক

অ ছেং তোৰে প্ৰেম সাগৰত ক‘ 

অ ছেং জাপে মই দিলং ক‘ 

তই মন মইনা ঐ 

এৰি থৈ নাযাবি ঐ 

তই জান মইনা ঐ 

ভাবি চাবি মোলে ঐ 

কেতিয়াকৈ পামে তোৰ 

মৰমৰ এষাৰি মাত 

অ ছেং কি মৰম লগালি ক‘ 

পগলা কৰিলি ক

অভিমানী হৈ মোৰ জান জনী ঐ 

নকবি দেই নকবি দেই 

এৰি যামেগৈ 

মৰম নদীত ঐ 

মোৰ জান জনী ঐ 

সাতুৰি নাদুৰি আছো 

তোৰে সতে ঐ 

তই মন মইনা ঐ 

ভাবি চাবি মোলে ঐ 

তই জান মইনা ঐ 

আতৰি নাযাবি ঐ 

কেতিয়াকৈ দিবি তোৰ 

মৰমৰ সহাৰিৰ হাত

অ ছেং কি মৰম লগালি ক‘ 

বলিয়া কৰিলি ক‘ 

মনতে তোকে চোন ভাবো 

বুকুতে ঘৰ এটি সাজো 

নেভাবি নোৱাৰো বুজিও নুবুজু 

কিয় উৰি উৰি মন তোৰ কাষলে যায়

অ ছেং তোৰে চাই মুখনি 

অ ছেং যাবলে টোপনি 

অ ছেং কেতিয়াকৈনো পাম 

অ ছেং বুকুতে সাৱটি 

তই মইনা ঐ 

ভাবি থাকোং তোকে ঐ 

তই জান মইনা ঐ 

আনলে নাভাবোং ঐ 

দূৰে দূৰে নৰবি 

দিবি তই সহাৰিৰ হাত 

অ ছেং মনকে বান্ধি লং ক‘ 

তই ছেং মোৰ হবিনে ক‘ 

মনতে তোকে চোন ভাবো 

বুকুতে ঘৰ এটি সাজো 

মনতে তোকে চোন ভাবো

O Seng” Song Video
Listen Mp3 of O Seng :

Categories

error: Content is protected !!