O Mure Jaan Lyrics in Assamese-Song By Rakesh Reeyan

Application Launched/Get It Now For Free

Soulful singer Rakesh Reeyan is back with another romantic Assamese song O Mure Jaan. Released in 2020. The lyrics of this song are available here.

O Mure Jaan Lyrics in Assamese

অ মোৰে জান” Song Info

➤ Singer: Rakesh Reeyan & Meghali Borokha
Lyrics: Ganesh Gogoi
Music: Pranoy Dutta

O Mure Jaan ” Song Lyrics

মোৰে জান

কিয় কৰা অভিমান

তোমালে মৰম সাগৰৰ সমান

মোৰে জান

বুজাবলে টান

তোমালে মৰম আকাশৰ সমান

শয়নে সপোনে

তোমাকেই দেখো

উশাহে নিশাহে

তুমিয়েই বুকুত

টুপনিতো লও তোমাৰ নাম

মোৰে জান

মোৰে জান

আঙুলিৰ ফাকতে আঙুলি থোৱানা

অভিমান সামৰি সাৱতি লোৱানা

আঙুলিৰ ফাকতে আঙুলি থোৱানা

অভিমান সামৰি সাৱতি লোৱানা

সুখে দুখে কাষত আজীৱন থাকিম

তোমাৰে হয় মাথো মই তোমাৰেই থাকিম

মোৰে জান নকৰিবা অভিমান

তোমালে মৰম সাগৰৰ সমান

আপোন বুলিবলে মাথো তুমিয়েই

ভয় লাগে গলে জানৈ দূৰলে

আশা ভৰশা জানা তুমিয়ে

জীয়াই আছো জানৈ মাথো তোমালে

মোৰ খং অভিমান তুমিয়ে তো জান

তোমাৰ মৰমবোৰ মোৰ স্বাভিমান

দূৰ নকৰিবা ‘ মোৰে জান

মোৰে জান নকৰিবা অভিমান

তোমালে মৰম সাগৰৰ সমান

তোমালে মৰম আকাশৰ সমান

অ মোৰে জান” Song Video

Listen and Download Mp3 Song Of 👇অ মোৰে জান👇

Categories

error: Content is protected !!