O Morom Lyrics in Assamese- By Rohit Sonar

Application Launched/Get It Now For Free

O Morom Lyrics. A New Assamese song released recently by Rohit Sonar. Lyrics of this song are written by Anupam Saikia and Featured by Kankana & Rinku Riyan. Enjoy the Assamese Song Lyrics.

o-morom-lyrics-rohit-sonar

O Morom Song Info

Song: O Morom Lyrics
Vocal : Rohit Sonar
Lyrics : Anupam Saikia
Music : Pallab Talukdar
Composition : Rohit Sonar
Mix & Master : Ibson Lal Baruah
Music Lebel: Dhwani Records

Listen & Assamese song Free Download

  1. O Morom Rohit Sonar 4:37

👇Click Here To Download Mp3👇👇

O Morom Lyrics Song Lyrics

অ মৰম এটি পলকতে

অ মৰম সৰগ সাবতিলো

অ মৰম তুমি নজনাকে

অ মৰম বহু আগুৱালো

অ মৰম এটি পলকতে

অ মৰম সৰগ সাবতিলো

অ মৰম তুমি নজনাকে

অ মৰম বহু আগুৱালো

নিৰব তোমাৰ হাঁহিটি যেন

আহে বৈ বহুতো কথা কয়।

কপাহী কপাহী তুমাৰ হিয়াখনি

আবেগো সোমাব পাৰো নে হেপাহৰ

সৰগী সুতাৰে গাথিব খোজিলে

মৰমতে সাবতি তোমাৰে আঁচলত

ঢালি দিলা বুকুতে

মৰম সচাঁ আবেগত

প্ৰমৰ সচাঁ অনুভৱ

দেহাৰ কোহে কোহে বৈ যায়

ঢালি দিলা বুকুতে

মৰম সচাঁ আবেগত

প্ৰমৰ সচাঁ অনুভৱ

সাবতি বুকুতে

ৰাখো নো কেনেকৈ।

সুবাসী সুবাসী তোমাৰ প্ৰেমৰ

বনত জিৰাব বিচাৰো নিৰব অনুভৱৰ

তেনে অনুভৱে যদি জীপাল কৰে

থাকিব পাৰিনে আতৰে আঁতৰে

ঢালি দিলা বুকুতে

মৰম সচাঁ আবেগত

প্ৰমৰ সচাঁ অনুভৱ

দেহৰ আহে আহে বৈ যায়

ঢালি দিলা বুকুতে

মৰম সচাঁ আবেগত

প্ৰমৰ সচাঁ অনুভৱ

সাবতি বুকুতে

ৰাখো নো কেনেকৈ।

অ মৰম এটি পলকতে

অ মৰম সৰগ সাবতিলো

অ মৰম তুমি নজনাকে

অ মৰম বহু আগুৱালো

নিৰব তোমাৰ হাঁহিটি যেন

আহে বৈ বহুতো কথা কয়।

নিৰব তোমাৰ হাঁহিটি যেন

আহে বৈ বহুতো কথা কয়।

O Morom New Assamese Video Song

Check Trending Assamese Songs

Motoliya 2.0 by Sannidhya Bhuyaan

Bhobai Nasilu by Zubeen & Deeplina

Tomoxa by DEBO

Categories

error: Content is protected !!