ও জীৱন O Jibon Zubeen is a trending Assamese song by Zubeen Garg Form the short movie DRUG MENACE By Rhituraj Dutta. With rapper Kul Deep & Composed by Nilotpal Bora. The song is about to be strong in front of the ups and downs of life.

“O Jibon Zubeen” Song Info
➤ Singer: Zubeen Garg | |
➤ Lyrics: Manash Mahanta | |
➤ Music: Nilotpal Bora | |
➤ Movie: DRUG MENACE | |
➤ Director: Rhituraj Dutta | |
“O Jibon Zubeen” Song Info
খেলি মেলি জীৱনৰ
উঠা নমা গ্ৰাফতে
ও মই গৈ বিলীন
ৰঙা নীলা সময়ৰ
মুখা পিন্ধা দালতে
বন্দী হৈ এদিন
হেৰাই নগৈ নিজক হেৰুৱাই
উঠি ভাঁহি উভতি আহ চিঙি সিকলি সাহসেৰে
ও জীৱন , দা ৰোড ইছ লং
(the road is long )
নাহাৰিবি নাহাৰিবি তই
ও জীৱন দা ৰোড ইছ লং
(the road is long )
ভাগৰি নপৰিবি তই
হাৰিব খুজিলে ও নেমানি পৰাজয়
যুজিব লাগিব বাৰে বাৰে
মনলে আনি ল পচিটিব চিন্তা
নুশুনি কথাবোৰ যাৰে তাৰে
বিপদ হল এখনি বোওতি নৈ
আৰু আমি বোৰো তাতে বাৰে বাৰে
নাভাগৰি আকৌ যুঁজি যাও
আছে শক্তি অযুত সাৰে সাৰে
থমকি নৰখি আগুৱাই আশাৰে কৰি যাও জীৱন যাত্ৰা
বেয়া দিন গুচি গৈ ভাল হব
লগত আছে বন্ধু কা শাদা
মাইণ্ড বদী আৰু স্পিৰীত
যেতিয়া একেলগে হব যুক্ত
সময়ৰ বাধা বোৰ নেওচি
মানুহ তেতিয়া হে হব মুক্ত
…..Music….
কলা বগা ডাৱৰৰ
আৰে আৰে জিলিকে ৰামধেনু ৰঙীন
একা বেকা বাটতে বাৰে বাৰে আমিচুন নিজেই নিজক গৰিম
হাঁহি হাঁহি থাকিবি সদাই সুখে দুখে
আন্ধাৰ গুচি পোহৰ ওলাই ৰাতি পুৱা
ও জীৱন , দা ৰোড ইছ লং
(the road is long )
নাহাৰিবি নাহাৰিবি তই
ও জীৱন দা ৰোড ইছ লং
(the road is long )
ভাগৰি নপৰিবি তই
ও জীৱন , দা ৰোড ইছ লং
(the road is long )
নাহাৰিবি নাহাৰিবি তই
ও জীৱন দা ৰোড ইছ লং
ভাগৰি নপৰিবি তই
ও জীৱন , দা ৰোড ইছ লং
নাহাৰিবি নাহাৰিবি তই
ও জীৱন দা ৰোড ইছ লং
ভাগৰি নপৰিবি তই
ও জীৱন , দা ৰোড ইছ লং
নাহাৰিবি নাহাৰিবি তই
ও জীৱন দা ৰোড ইছ লং
ভাগৰি নপৰিবি তই