অ’ বিদেশী বন্ধু! দুৰ্ভগীয়া O Bideshi Bondhu Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.

“অ’ বিদেশী বন্ধু! দুৰ্ভগীয়া” Song Lyrics
অ’ বিদেশী বন্ধু ! দুৰ্ভগীয়া !
আজি কিয়নো বন্ধু ! অকলশৰীয়া!
প্ৰতিধ্বনি শুনো কান্দোনৰ ।
অ’ বিদেশী বন্ধু ! দুৰ্ভগীয়া !
প্ৰেমৰ সাগৰে জাহাজ মেলিলি
নাপালি কোনো বন্দৰ,
সৰু চাকনৈয়াতে বন্দী হ’লি
হেৰুৱালি তোৰ লঙ্গৰ ।
অ’ বিদেশী বন্ধু ! দুৰ্ভগীয়া !
আজি কিয়নো বন্ধু ! অকলশৰীয়া!
চিৰ সেউজতে চামেলি দেখিলি
অতি মনোমুগ্ধকৰ,
লিৰিকি বিদাৰি সুগন্ধি লওঁতেই
চামেলি হ’লগৈ পৰ ।
অ’ বিদেশী বন্ধু….।
“অ’ বিদেশী বন্ধু! দুৰ্ভগীয়া” Video Song
Listen and Download Mp3 Song Of “অ’ বিদেশী বন্ধু!“
- Wynk: http://bitly.ws/9Dth
- Gaana: http://bitly.ws/9Dtk
- Jio Savan : http://bitly.ws/9Dtn
- Download Mp3: http://bitly.ws/9Dto