Niyore Aji Lyrics in Assamese. A very soulful Assamese song by Nilotpal Bora. Composition and music done by himself. You Must Listen the song…

Audio Credits:
Song – Niyore Aji Lyrics
Singer: NilotpAl Bora
Composition & Music: Nilotpal
Listen & Assamese Mp3 song Download Free
- Niyore Aji Nilotpal Bora
👇Click Here to Download Mp3👇
Niyore Aji Lyrics Assamese Song
নিয়ৰে আজি
মিচিকি হাঁহে
ৰদলে আহি চোৱানা
সুৰৰে পাখি
লাহেকৈ উৰে
দিয়েহি বাকি নিজৰা
ফুলৰে হাঁহিবোৰো যেন
হেঁপাহৰ গান
ৰঙতে বেলিটো হয়….ধেমেলীয়া
মেঘৰে আঁৰে আঁৰে যেন
লুকা ভাকু খেল
আকাশ খনি যেন হয়…লগৰীয়া
নিয়ৰে আজি
মিচিকি হাঁহে
ৰদলে আহি চোৱানা
ৰামধেনুৰে ৰঙবোৰ বুতলি আনি
চোঁতাল খনিতে আঁকিলা ধুনীয়া ছবি
শিয়ালীয়ে নাহিবি আজি গধূলি
কাণে কাণে সাধু কব যে সপোনে আহি
ফুলৰে হাঁহি বোৰো যেন হেঁপাহৰে গান
ৰঙতে বেলিটো হয়….ধেমেলীয়া
মেঘৰে আঁৰে আঁৰে যেন
লুকা ভাকু খেল
আকাশ খনি যেন হয়…লগৰীয়া
নিয়ৰে আজি
মিচিকি হাঁহে
ৰদলে আহি চোৱানা
Niyore Aji Assamese Video HD Song
Assamese song mp3 Free Download
Assamese song 2021