নিয়ৰে Niyor a beautiful Assamese song by Singer Dikshu Sharma released in 2020 Composed by Trion Mahanta.

“নিয়ৰ” Song Info
➤ Singer: Dikshu Sharma |
➤ Lyrics: ARSHAVIK |
➤ Music: Trion Mahanta |
“Niyor” Song Lyrics
সপোনৰ এপাহি ফুলতে
আবেগৰ পখিলাবোৰ উমলে
তোমাৰেই কথা ভাবি
প্ৰতিপলে
চোতালৰে সেই তলসৰা শেৱালীক
এটোপি নিয়োৰে আহি দিলেহি
প্ৰণয়ৰ প্ৰথম পৰশ
আলফুলে
অসীমৰ সিমনাতে
মিলিব এদিন দুখনি হিয়া
অ মনৰ আকাশত সাজিব আহি
ৰামধেনু সাটোৰঙীয়া।
সপোনৰ এপাহি ফুলতে
আবেগৰ পখিলাবোৰ উমলে
তোমাৰেই কথা ভাবি
প্ৰতিপলে
চোতালৰে সেই তলসৰা শেৱালীক
এটোপি নিয়োৰে আহি দিলেহি
প্ৰণয়ৰ প্ৰথম পৰশ
আলফুলে।
আছিলোঁ এন্ধাৰৰে দেশতে
বিচাৰি চাকি পোহৰৰ এধানি
কাচিয়লি ৰোডৰ পাখিত
তুমি আহিলা
তমষা ভৰা মোৰ বুকু
পূহৰাই দিলা
নিৰৱতাই কথা কলে
অচিনাকী এটি সুৰে
মৰুভুৰ বুকুত বৰষা আনে
মৰমৰ জোৱাৰ উঠে
তোমাৰ পৰশতে
এসাগৰ আবেগৰ প্ৰৱল আনে।
সপোনৰ এপাহি ফুলতে
আবেগৰ পখিলাবোৰ উমলে
তোমাৰেই কথা ভাবি
প্ৰতিপলে
চোতালৰে সেই তলসৰা শেৱালীক
এটোপি নিয়োৰে আহি দিলেহি
প্ৰণয়ৰ প্ৰথম পৰশ
আলফুলে।।
“Niyor” Song Video
Listen and Download Mp3 Song Of “নিয়ৰ”
- Wynk: http://bitly.ws/9Lxy
- Gaana: http://bitly.ws/9Lxx
- Jio Savan : http://bitly.ws/9Lxw
- Youtube Music: http://bitly.ws/9Lxz