Nilim Lyrics in Assamese. A new released Assamese song by Tridip Kalita. With Romantic feel it is the song for the desire or hope. Enjoy the Assamese lyrics of the new Assamese mp3 song..

Audio Credits:
Song – Nilim Lyrics
Singer – Tridip Kalita
Composer – Tridip Kalita
Additional vocals – Tridip x Dhruba x Randeep x Himanshu
Listen & Assamese Mp3 song Download Free
- NILIM Tridip Kalita
👇Click Here to Download Mp3👇
Nilim Lyrics Assamese Song
পুৱাৰে প্ৰথম কিৰণতে
মেলখাযই মোৰ দুচকু
বিচাৰে সাবতিব বাৰে বাৰে
তোমাৰে দুবাহু
পুৱাৰে প্ৰথম কিৰণতে
মেলখাই মোৰ দুচকু
বিচাৰে সাবতিব বাৰে বাৰে
তোমাৰে দুবাহু
বিলিন মই জানা
তোমাৰ ভাৱনাতে
বিভুৰ তোমাকে পোৱাৰ
হেপাহতে
নিলিম সপোন তুমি
নিলা আকাশৰ
হিম যেন মলয়া
মোৰ সেউজ মনৰ
লাহে লাহে বাগৰি প্ৰতি প্ৰহৰ
নিজকে পাহৰি মই
তোমাতে মগন
নিলিম সপোন তুমি
নিলা আকাশৰ
হিম যেন মলয়া
মোৰ সেউজ মনৰ
লাহে লাহে ভাগৰি প্ৰতি পোহোৰ
নিজকে পাহৰি মই
তোমাত মগন
লাহে লাহে সুবাসৰে আৱৰণ
পাহে পাহে মৰমৰে সুৱৰন
প্ৰহনে কৰেহি মোক আমনি
নিগৰা চিনাকি গীতৰ সূৰবোৰ
আবেগৰ সেই উপচা ঢৌবোৰ
আশাই কৰিছে মোক অজানি
আশাই কৰিছে মোক অজানি
বিলিন মই জানা
তোমাৰ ভাৱনাতে
বিভুৰ তোমাকে পোৱাৰ
হেপাহতে
নিলিম সপোন তুমি
নিলা আকাশৰ
হিম যেন মলয়া
মোৰ সেউজ মনৰ
লাহে লাহে বাগৰি প্ৰতি প্ৰহৰ
নিজকে পাহৰি মই
তোমাতে মগন
নিলিম সপোন তুমি
নিলা আকাশৰ
হিম যেন মলয়া
মোৰ সেউজ মনৰ
লাহে লাহে ভাগৰি প্ৰতি পোহোৰ
নিজকে পাহৰি মই
তোমাত মগন
Nilim Lyrics New Assamese Video Song
Listen and Assamese Song Mp3 Free Download Of
New Assamese song 2021
- Haate Haat Dhori Lyrics- Papon
- Ojanite Lyrics- Neel Akash
- Tumi Xur Lyrics-Masoom X Zenith Gogoi
- Xorotor Akaax Lyrics- Doyou & Tavreed