Mur Gaanor Dehat Lyrics in Assamese. A very beautiful Assamese song by Sannidhya Bhuyan x Rajnish Saikia. Describing about hi journey in the Assamese music industry from the childhood. Enjoy the lyrics of Assamese song.. You can Check More Sannidhya Bhuyan Songs

Audio Credits :
Song – Mur gaanor dehat Lyrics
Vocal/Composition – Sannidhya Bhuyan
Lyrics – Sri Deepak Bhuyan
Music – Rajnish Saikia
Listen & Assamese Mp3 song Download Free
- Mur Gaanor Dehat Sannidhya Bhuyan x Rajnish Saikia
👇Click Here to Download Mp3👇
Mur Gaanor Dehat Lyrics Asamese Song
মোৰ গানৰ দেহাত
তেজৰ চেকা
হৃদয় ধোৱাৰ
মোৰ দুখৰ পঁজাত
আন্ধাৰে ঢকা
সপোন পোৱাৰ
দুখৰ পাহাৰ ভঙাৰ
মোৰ আশা অপাৰ
মোৰ গানৰ দেহাত
তেজৰ চেকা
হৃদয় ধোৱাৰ
মোৰ দুখৰ পঁজাত
আন্ধাৰে ঢকা
সপোন পোৱাৰ
মোৰ ভাৱৰ ভৰত
টোপনি ভাগৰি হয়
নিশা উজাগৰী
দুপৰ নিশাও
নহও আজৰি
হেজাৰ সপোন সামৰি
মনৰ দুফাল দুৱাৰ
তথাপি দুখৰ প্ৰহাৰ
মোৰ গানৰ দেহাত
তেজৰ চেকা
হৃদয় ধোৱাৰ
মোৰ দুখৰ পঁজাত
আন্ধাৰে ঢকা
সপোন পোৱাৰ
মানৱী সমাজৰ
মানৱী মনতে
বিভেদৰ ব্যাধিবোৰ
দ’ কৈ শিপালে
কোনেনো বান্ধিব শান্তিৰ পাৰ
কোনেনো বান্ধিব শান্তিৰ পাৰ!!
শ্ৰোতা বন্ধু ভাৱা এবাৰ
কিমান সহিম দুখৰ প্ৰহাৰ
Mur Gaanor Dehat Assamese Video HD Song
New Assamese Song 2021
- Kasioli Lyrics- Sharat Gogoi
- Jakorua Lyrics in Assamese- Shankuraj konwar
- Motoliya 2.0 Lyrics- Sannidhya Bhuyan
- Ongkita Lyrics- Shnakuraj Konwar