Mur Gaanor Dehat Lyrics in Assamese- Sannidhya Bhuyan x Rajnish Saikia

Application Launched/Get It Now For Free

Mur Gaanor Dehat Lyrics in Assamese. A very beautiful Assamese song by Sannidhya Bhuyan x Rajnish Saikia. Describing about hi journey in the Assamese music industry from the childhood. Enjoy the lyrics of Assamese song.. You can Check More Sannidhya Bhuyan Songs

mur-gaanor-dehat-lyrics-sannidhya-bhuyan

Audio Credits :
Song – Mur gaanor dehat Lyrics
Vocal/Composition – Sannidhya Bhuyan
Lyrics – Sri Deepak Bhuyan
Music – Rajnish Saikia

Listen & Assamese Mp3 song Download Free

  1. Mur Gaanor Dehat Sannidhya Bhuyan x Rajnish Saikia

👇Click Here to Download Mp3👇

Mur Gaanor Dehat Lyrics Asamese Song

মোৰ গানৰ দেহাত
তেজৰ চেকা
হৃদয় ধোৱাৰ

মোৰ দুখৰ পঁজাত
আন্ধাৰে ঢকা
সপোন পোৱাৰ
দুখৰ পাহাৰ ভঙাৰ
মোৰ আশা অপাৰ
মোৰ গানৰ দেহাত
তেজৰ চেকা
হৃদয় ধোৱাৰ

মোৰ দুখৰ পঁজাত
আন্ধাৰে ঢকা
সপোন পোৱাৰ
মোৰ ভাৱৰ ভৰত
টোপনি ভাগৰি হয়
নিশা উজাগৰী

দুপৰ নিশাও
নহও আজৰি
হেজাৰ সপোন সামৰি
মনৰ দুফাল দুৱাৰ
তথাপি দুখৰ প্ৰহাৰ

মোৰ গানৰ দেহাত
তেজৰ চেকা
হৃদয় ধোৱাৰ
মোৰ দুখৰ পঁজাত
আন্ধাৰে ঢকা
সপোন পোৱাৰ

মানৱী সমাজৰ
মানৱী মনতে
বিভেদৰ ব্যাধিবোৰ
দ’ কৈ শিপালে

কোনেনো বান্ধিব শান্তিৰ পাৰ
কোনেনো বান্ধিব শান্তিৰ পাৰ!!
শ্ৰোতা বন্ধু ভাৱা এবাৰ
কিমান সহিম দুখৰ প্ৰহাৰ

Mur Gaanor Dehat Assamese Video HD Song

New Assamese Song 2021

Categories

error: Content is protected !!