Mukhei Ne Lyrics. A beautiful New Assamese song by Rahul Gautam Sharma, released in 2021. The song reflects the thoughts about culture and motherland.

Mukhei Ne Song Info
Song: Mukhei Ne Lyrics
Singer: Rahul Gautam Sharma
Lyrics/Composition: Rahul Gautam Sharma
Music : Poran Borkatoky (Jojo)
Listen and Assamese Song Free Download
- Mukhei Ne Rahul Gautam Sharma 3:09
Mukhei Ne Lyrics Assamese Song
প্ৰতিশ্ৰুতি পাহৰি
শ্ৰুতলিপি শুনিবি
আমঠু গৈ ভৰিৰ ধুলি চুলি
জাতিৰ যমনিকাৰ
নৃত্য় নাটিকাৰ
লেতু সেতু নৰ্তকী হ’লি
মুখেই নে?
এইখন মুখেই নে?
মুখেই নে?
এইখন মুখেই নে?
জাতি মাটি ভেটিৰ
ক’থা আছিল কোৱা
নাতি ও গ’ল, বেটি ও গ’ল
জাতি প্ৰেম হোৱা
জাতি মাটি ভেটিৰ
ক’থা আছিল কোৱা
নাতি ও গ’ল, বেটি ও গ’ল
জাতি প্ৰেম হোৱা
সকলো যদি প্ৰাইভেট হয়
চৰকাৰ লাগে কিয়?
কোতিপতি কৰ্পৰেট দেখি
হৈ যাও কিয়?
কিয় মুখেই নে?
মাটিৰ নাম লৈ
মাতৃক ঘাও মাৰি
তেনেহলে তোৰ নাম কি
নিজেই ভাবি চাবি
গানো গান মোৰ
নহলো জে নাম
এতিয়া যদি জেলত ভৰায়
সচাঁ হ’ব মোৰ গান
লাং খাই পৰে জাতীয়তা
পাত ভাষন, বচন মিচা
বৰ বৰ কথা দিছপুৰত
দিল্লী পালেই ক’ণা, ক’লা, ব’বা
মুখেই নে?
প্ৰতিশ্ৰুতি পাহৰি
শ্ৰুতলিপি শুনিবি
আমঠু গৈ ভৰিৰ ধুলি চুলি
জাতিৰ যমনিকাৰ
নৃত্য় নাটিকাৰ
লেতু সেতু নৰ্তকী হ’লি
মুখেই নে?
এইখন মুখেই নে?
মুখেই নে?
এইখন মুখেই নে?
Mukhei Ne New Assamese Video Song
Listen and Assamese Song Mp3 Free Download Of Mukhhei Ne
Also Check