Motoliya 2 Lyrics 2.0|New Assamese Song by Sannidhya Bhuyan

Application Launched/Get It Now For Free

Motoliya 2 Lyrics. A beautiful Assamese new song by Sannidhya Bhuyan, released yesterday. It will be another Successor of his previous song MOTOLOYA. Enjoy the Sannidhya Bhuyan song Lyrics.

motoliya-2-0-lyrics-sannidhya-bhuyan

Motoliya 2.0 Song Info

Song – Motoliya 2 Lyrics
Lyrics – Rajib Bhuyan
Vocal / Composition – Sannidhya Bhuyan
Music – Aarxslan

Motoliya 2 Lyrics Song Lyrics

  1. Motoliya 2.0 Song Sannidhya Bhuyaan 3:57

হিয়াৰ বাঁহীৰ সুৰ হোৱানা

সুৰেৰে দিয়ানা প্ৰেৰণা

হিয়াৰে সাৱটি লোৱানা

প্ৰেমৰ অযুত বাসনা

প্ৰেমৰ অযুত বাসনা

প্ৰেমৰ অযুত বাসনা..

হিয়াৰ বাঁহীৰ সুৰ হোৱানা

সুৰেৰে দিয়ানা প্ৰেৰণা

হিয়াৰে সাৱটি লোৱানা

প্ৰেমৰ অযুত বাসনা

প্ৰেমৰ অযুত বাসনা

প্ৰেমৰ অযুত বাসনা..

গীতেৰে সুৰেৰে, হিয়াৰ আবেগেৰে

প্ৰণয়ৰ ছবি আকানা

মনৰে সপোন বোৰ হবনে

পূৰন মোৰ

দুচকুৰ ভাষাৰে কোৱানা

গীতেৰে সুৰেৰে, হিয়াৰ আবেগেৰে

প্ৰণয়ৰ ছবি আকানা

মনৰে সপোন বোৰ হবনে

পূৰন মোৰ

দুচকুৰ ভাষাৰে কোৱানা

মোৰ মন জোষ্ণা

হ্ৰিদয়ৰে সাঁচ…না না

তুমি মোৰ মন জোষ্ণা

হ্ৰিদয়ৰে সাঁচ…না না

পৰানৰে কৰ কামনা

পাহৰাই হিয়াৰে বেদনা

ফুলেৰে সিক্ত কৰানা

ৰিক্ত হিয়াৰ ৰচনা

পৰানৰে কৰ কামনা

পাহৰাই হিয়াৰে বেদনা

ফুলেৰে সিক্ত কৰানা

ৰিক্ত হিয়াৰ ৰচনা

গীতেৰে সুৰেৰে, হিয়াৰ আবেগেৰে

প্ৰণয়ৰ ছবি আকানা

মনৰে সপোন বোৰ হবনে

পূৰন মোৰ

দুচকুৰ ভাষাৰে কোৱানা

গীতেৰে সুৰেৰে, হিয়াৰ আবেগেৰে

প্ৰণয়ৰ ছবি আকানা

মনৰে সপোন বোৰ হবনে

পূৰন মোৰ

দুচকুৰ ভাষাৰে কোৱানা

মোৰ মন জোষ্ণা

হ্ৰিদয়ৰে সাঁচ…না না

তুমি মোৰ মন জোষ্ণা

হ্ৰিদয়ৰে সাঁচ…না না

Motoliya 2.0 Lyrics New Assamese Video Song

Also Check

Bhobai Nasilu Lyrics- Zubeen Garg Song

Fagun Lyrics- Zubeen Garg Song

Categories

error: Content is protected !!