Monore Podulit Lyrics. A beautiful Assamese song by Dipu Darshan Sharma. Lyrics of this song are written by Dipu Darshan. Featured by Dipu Darshan, Juri Das, Dhan Das,Queen, Tanushree Dutta.

Monore Podulit Song Info
Song: Monore Podulit Lyrics
Singer – Dipu Darshan Sharma
Lyrics & Tune – Dipu Darshan /Riyan
Music – Sonku Sharma/Tridip Dutta
MUSIC LABEL – DHWANI RECORDS
Monore Podulit Lyrics Assamese Song
আবেলি গধূলি মনৰে পদুলিত
তোমাৰে কথায়ে কৰিছে আমনি
অ’ নিশাৰে জোনাকি জ্বলিব জিলিকি
থাকিব আকাশত অৰে জীৱন জুৰি
ৰাতি সপোনতে তুমি আহিছিল
তোমাৰ মিঠা পৰশে
মোক কৰে বলিয়া।
তোমাৰ মিঠা পৰশে
মোক কৰে বলিয়া।
অভিমানী নহ’বা
অ’ মৰম আতৰি অ’ নাযাবা
আকোৱালি ৰাখিম অ’ মৰম
তুমিয়ে মোৰ বাসনা
দূৰু দূৰু কঁপে
হিয়া তোমাকে দেখিলে
মৰমে মোৰ বিচাৰে সদায় কাষৰতে
কলিজাখন জহি খহি যায়
তুমি বাৰু বুজিছানে নাই
সঁচা ভালপোৱা বুজোতাও নাই
মনৰ মৰমেৰে হিয়াৰ কোণতে
তোমাকে ৰাখিছো জনম জনমলে
আকাশে বতাহে তোমাৰ কথাই কলে
তুমি মোৰ নহ’লেও সদায় মই তোমাৰে
সদায় মই তোমাৰে।।
Monore Podulit Assamese Video Song
Also Check Top Playlist
Ab Tera Kya Hoga Kaliya – Rajneeti
উৰি উৰি যায় – Deeplina Deka Lyrics