মন মোৰ উৰি গুচি যায় Mon Mur Uri Gusi Jai Lyrics. A beautiful Assamese song by Angaraag Mahanta(PAPON). From the album জোনাকী ৰাতি. Released in 2005.
“Mon Mur Uri Gusi Jai” Song Lyrics
ফাগুণৰে পছোৱা বাঁ… অ’…..
মন মোৰ উৰি গুচি যায়
কিজানো পায়ো হেৰুৱায়।।
ফাগুণৰে উৰণীয়া বা,
অ’.. আলসুৱা কঁহুৱাৰে ছাঁ;
পলাশৰ ৰঙা ৰঙা ফুলে,
কাণে কাণে যি কথানো ক’লে,
জাকি মাৰি উৰা পক্ষী জাকে,
আকাশৰ আন্ধাৰে-জোনাকে,
কলিজাৰ বেথা ঢালি ক’ব পাৰিবনে বাৰু
ক’ব পাৰিবনে সেই কথা।।
আজি কিয় বাৰে বাৰে,
মনে যে মোৰ বিছাৰে,
আঁচলৰে বা জুৰণীয়া,
আজি যে উদাসী সন্ধিয়া,
অ’ ফাগুণৰে বাউলি বা,
লৈ যা মোক লৈ যা,
ফাগুণৰে উৰণীয়া বা
অ’.. আলসুৱা কঁহুৱাৰে ছাঁ।।
মন মোৰ উৰি গুচি যায়
কিজানো পায়ো হেৰুৱায়।।
ফাগুণৰে উৰণীয়া বা
অ’ আলসুৱা কঁহুৱাৰে ছাঁ…
ফাগুণৰে উৰণীয়া বা
অ’ আলসুৱা কঁহুৱাৰে ছাঁ..।।
“Mon Mur Uri Gusi Jai” Song Video
Listen and Download Mp3 Song Of “মন মোৰ” 👇👇
- Youtube Music: http://bitly.ws/9PoE
- Direct Download Mp3: http://bitly.ws/9Poz